ETV Bharat / state

হোজাইত সজাগতামূলক অনুষ্ঠান

author img

By

Published : Aug 19, 2019, 8:51 AM IST

হোজাই জিলাৰ লংকাজান হাইস্কুলৰ প্ৰেক্ষাগৃহত তৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় ৷

hojai skill development news

হোজাই,19 আগষ্টঃ দেওবাৰে হোজাই জিলাৰ লংকাজান হাইস্কুলৰ প্ৰেক্ষাগৃহত তৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোক সকলৰ মাজত কৌশল বিকাশৰ প্ৰশিক্ষণৰ জৰিয়তে কেনেকৈ স্বাৱলম্বিতা লাভ কৰিব পাৰি তাৰ ওপৰত সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত অতি শীঘ্ৰে হোজাইৰ লংকাজানত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰিব বুলি সভাৰ উদ্যোগতাই জানিবলৈ দিয়ে ৷

হোজাইত বিশেষভাৱে সক্ষম লোক সকলৰ সজাগতামূলক অনুষ্ঠান

Intro:হোজাই জিলা লংকাত দিৱাংগ সকলৰ মাজত সজাগতা সভা | Body:হোজাই জিলা লংকাত দিৱাংগ সকলৰ মাজত সজাগতা সভা |

হোজাই জিলাৰ লংকাৰ লংকাজান হাইস্কুলৰ প্ৰেক্ষাগৃহত তৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাবে সক্ষম লোক সকলৰ মাজত কৌশল বিকাশৰ প্ৰশিক্ষণৰ জৰিয়তে কেনেকৈ স্বাৱলম্বীলৰনীতা লাভ কৰিব পাৰি তাৰ ওপৰত দিনজোৰা এক সজাগতামূলক অনুষ্ঠান অনুস্থিত হয় | হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বিশেষভাবে সক্ষম বহু লোক উপস্থিত থকা উক্ত অনুষ্ঠানত কৌশল বিকাশৰ বিভিন্ন দিশৰ ওপৰত বিস্তাৰিত ভাৱে আলোচনা কৰা হয় | কৌশল বিকাশৰ প্ৰশিক্ষণৰ দ্বাৰা বিশেষভাবে সক্ষম লোক সকলো যে স্বাৱলম্বী হৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাকো বিস্তাৰিত ভাৱে আলোচনা কৰা হয় । অনতি পলমে হোজাইৰ লংকাজানত দিৱাংগ লোক সকলৰ বাবে এক প্ৰশিক্ষণ কেন্দ্ৰও খোলা হৱ বুলি সভাৰ জৰিয়তে উদ্যোগতাই জানিব দিয়ে | উক্ত অনুষ্ঠানত বহু বিশেষভাবে সক্ষম লোক উপস্থিত থকাৰ লগতে স্থানীয় বহু ৰাইজেও অংশগ্ৰহণ কৰে।

BYTE: উদ্যোগতা ১.২

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.