ETV Bharat / state

হোজাইৰ ৰাজপথত আৰক্ষীৰ চকলেট বিতৰণ - ব্য়তিক্ৰমী কাৰ্যপন্থা

পথচাৰীক সজাগ কৰাৰ উদ্দেশ্যেৰে ব্য়তিক্ৰমী কাৰ্যপন্থা আৰক্ষীৰ

পথচাৰীক সজাগ কৰাৰ উদ্দেশ্যেৰে ব্য়তিক্ৰমী কাৰ্যপন্থা আৰক্ষীৰ
author img

By

Published : Feb 9, 2019, 7:35 PM IST

হোজাই, ৯ ফেব্ৰুৱাৰীঃ ৰাজপথত চকলেট কবিতৰণ অসম আৰক্ষীৰ। শনিবাৰে এই কাৰ্যসূচী লয় অসম আৰক্ষীয়ে। প্ৰকৃততে 30 তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ অনুষ্ঠিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত পথচাৰীক সজাগ কৰাৰ উদ্দেশ্যেৰে এই ব্য়তিক্ৰমী কাৰ্যপন্থা গ্ৰহণ কৰে অসম আৰক্ষীয়ে। ইয়াৰ লগতে হেলমেট পৰিধান নকৰা সকলক একোটাকৈ হেলমেট আৰক্ষীৰ ফালৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

হোজাইৰ ৰাজপথত আৰক্ষীৰ চকলেট বিতৰণ
undefined

পথ সুৰক্ষা সপ্তাহ উপলক্ষে হোজাই ৰাজপথত বাইক ৰেলী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সজাগতামূলক শোভাযাত্ৰাও উলিয়াই।।ইয়াৰ পিছতে পথ সুৰক্ষা আইন সম্পৰ্কতো এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। ইপিনে আৰক্ষীৰ এই পদক্ষেপক ৰাইজে শলাগ আৰু প্ৰশংসা কৰে সচেতন ৰাইজে।

Slug : হোজাইত আৰক্ষী নিবেশ এৰি ৰাজপথত চকলেট বিতৰণত ব্যস্ত অসম আৰক্ষী ।

Date : 09.02.2019

Vis : email

STORY-হোজাইত আৰক্ষী নিবেশ এৰি ৰাজপথত চকলেট বিতৰণত ব্যস্ত অসম আৰক্ষী ।।পিছে কিয় চকলেট বিতৰণ কৰিছে আৰক্ষীয়ে চাওঁ আহক এই প্ৰতিবেদন।।

ANCOR--ৰাজপথত চকলেট বিতৰণ আৰক্ষীৰ।।হয় শনিবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা গল হোজাই আৰক্ষীক।।বৰ্তমান ৰাজ্যত চলি আছে ৰাষ্ট্ৰীয় 30 তম পথ সুৰক্ষা সপ্তাহ।।পথ সুৰক্ষা সপ্তাহ উপলক্ষে হোজাইত আৰক্ষীয়ে এনেদৰে চকলেট বিতৰণ কৰি যান বাহন চলোৱাৰ সময়ত ৰাইজক লবলগীয়া সাবধনতা সম্পৰ্কত সজাগ কৰাৰ উপৰি হেলমেট পৰিধান নকৰা সকলক একোটাকৈ হেলমেট আৰক্ষীৰ ফালৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰা হয়।।কেৱল সেয়াই নহয় পথ সুৰক্ষা উপলক্ষে হোজাই ৰাজপথত বাইক ৰেলী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সজাগতামূলক শোভাযাত্ৰাও  উলিয়াই।।ইয়াৰ পিছতে পথ সুৰক্ষা আইন সম্পৰ্কতো এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।ইপিনে আৰক্ষীৰ এই  পদক্ষেপক ৰাইজে শলাগ আৰু প্ৰশংসা কৰা দেখা যায়। 

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.