ETV Bharat / state

হোজাইৰ ডবকাত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Jan 29, 2020, 11:52 PM IST

হোজাই জিলাৰ ডবকাত উদ্ধাৰ হৈছে অচিনাক্ত যুৱকৰ মৃতদেহ ৷ ডবকাৰ চৰ্দাৰগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে মৃতদেহটো ৷

hojai deadbody recover
হোজাইৰ ডবকাত উদ্ধাৰ যুৱকৰ মৃতদেহ

হোজাই , 29 জানুৱাৰী : হোজাই জিলাৰ ডবকাত বুধবাৰে সন্ধিয়া এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ ডবকাৰ চৰ্দাৰগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ ৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি ডবকা আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি অহ্যাহত ৰাখিছে তদন্ত ৷ বৰ্তমানলৈও মৃতদেহটোৰ উদ্ধাৰ হোৱা নাই কোনো পৰিচয় ৷

আৰু পঢ়ক : হোজাইত পথ দুৰ্ঘটনাত আহত 1

Intro:হোজাই জিলাৰ ডবকাত বুধবাৰে সন্ধিয়া উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ৷Body:হোজাই জিলাৰ ডবকাত বুধবাৰে সন্ধিয়া উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ৷

ডবকাৰ চৰ্দাৰগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে মৃতদেহটি৷

স্থানীয় লোকে মৃতদেহটি প্ৰত্যক্ষ কৰি ডবকা আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷

বৰ্তমানলৈকে মৃতদেহটিৰ পৰিচয় উদ্ধাৰ হোৱা নাই৷

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.