ETV Bharat / state

পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই হ'ব প্ৰধানমন্ত্ৰীঃ শিলাদিত্য দেৱ

সংবাদ মাধ্যমৰ বিৰুদ্ধেও সৰৱ হোজাইৰ বিধায়কগৰাকী ৷ টিভি চাই ৰাইজে ভোট নিদিয়ে বুলি সংবাদ মাধ্যমক কটাক্ষ শিলাদিত্য দেৱৰ ৷

author img

By

Published : Mar 28, 2019, 5:41 AM IST

পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই হ'ব প্ৰধানমন্ত্ৰীঃ শিলাদিত্য দেৱ

হোজাই, 28 মাৰ্চঃ "পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই হ'ব দেশৰ প্ৰধানমন্ত্ৰী ৷ একাংশ সংবাদ মাধ্যমে কেৱল খালী চকী বিচাৰি ফুৰে ৷ কিন্তু আজি এইখন সবাত এখনো চকী খালী নাই ৷ টিভি চাই ৰাইজে ভোট নিদিয়ে ৷" এই মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ৷

লংকাত নিৰ্বাচনী সভাত শিলাদিত্য দেৱ-ৰূপক শৰ্মা
বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ লংকাত প্ৰচাৰ চলাই এনেদৰে কয় বিধায়কগৰাকীয়ে ৷ বাংলা ভাষাত দিয়া ভাষণত বিজেপিৰ জয় নিশ্চিত বুলি কৈ বিজেপি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমকো আক্ৰমণৰ লক্ষ্য হিচাপে লয় ৷ ইপিনে প্ৰাৰ্থী ৰূপক শৰ্মাই তেওঁৰ বিজয় এশ শতাংশই নিশ্চিত বুলি কৈ বিগত পাঁচ বছৰত দেশৰ যিমান উন্নয়ন হৈছে, সেয়া কাহানিও হোৱা নাই বুলি কয় ৷ বিজেপিয়ে সৃষ্টি কৰা অভূতপূৰ্ব উন্নয়নৰ বাবে ৰাইজে বোট দিব বুলি ভাষণত উল্লেখ কৰে শৰ্মাই ৷

Intro:হোজাইৰ বিধায়ক শিলাদিত্য দেৱে এইবাৰ জনসভাত যদি বহাৰ আসন খালি হৈ থাকে তাৰ বাবে জগৰীয়া কৰিলে সংবাদ মাধ্যমক।

Body:আজি সন্ধ্যা নগাঁও লোকসভাৰ আসন খনৰ বাবে প্ৰথম খন ৰাজহুৱা সভাৰ অনুষ্ঠিত হৈছিল হোজাই জিলাৰ লংকা চহৰত। এই সভাত উপস্থিত আছিল নাগাওঁ ৰ বিধায়ক তথা এইবাৰ নগাঁও লোকসভাৰ আসন খনৰ বাবে মনোনয়ন দাখিল কৰা ৰূপক শৰ্মা, হোজাই বিধায়ক শিলাদিত্য দেৱ। এই জনসভা খনত খালী হৈ থকা আসন সমূহত বহিবলৈ আহ্বান জনায় কয় যে আসন খালি হৈ থাকিলে সংবাদ মাধ্যমে তাকহে দেখাই থাকে কিন্তু উন্নয়ন নেদেখে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.