ETV Bharat / state

COVID প্ৰট'কলৰ মাজেৰে হোজাইৰ কাকীত দুখন নাট মঞ্চস্থ

দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত COVID প্ৰট'কল মানি কাকীৰ একাংশ নৱ প্ৰজন্মই শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত মঞ্চস্থ কৰে দুখনকৈ নাট ৷

author img

By

Published : Sep 24, 2020, 5:13 PM IST

হোজাইৰ কাকীত দুখন নাট মঞ্চস্থ
হোজাইৰ কাকীত দুখন নাট মঞ্চস্থ

হোজাই, 24 ছেপ্তেম্বৰ: হোজাইৰ কাকীত COVID প্ৰট'কল মানি মঞ্চস্থ কৰা হ'ল দুখনকৈ নাট ৷ কৰ'ণাৰ প্ৰাদুৰ্ভাৱ, লক ডাউন আদিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই স্থগিত ৰাখিবলগীয়া হৈছিল বুধবাৰে নিশা মঞ্চস্থ হোৱা দুয়োখন নাট ৷ যাৰ বাবে দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত COVID প্ৰট'কল মানি কাকীৰ একাংশ নৱ প্ৰজন্মই শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত মঞ্চস্থ কৰে এই নাট কেইখন ৷

COVID প্ৰট'কলৰ মাজেৰে হোজাইৰ কাকীত দুখন নাট মঞ্চস্থ

1 নং কাকীৰ নাট্যচৰাৰ মঞ্চত মঞ্চস্থ কৰা নাট্যানুষ্ঠানৰ শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলাৰ উপায়ুক্ত ডঃ চাদনেক সিং ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা হয় নাট্যানুষ্ঠান ৷ লক ডাউনৰ বাবে সাংস্কৃতিক কাৰ্যসূচীৰ পৰা বিৰত থকা ৰাইজেও যথেষ্ট সহযোগিতা কৰে COVID প্ৰট'কল মানি চলাৰ ক্ষেত্ৰত ৷

লগতে পঢ়ক: বৰপেটাত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.