ETV Bharat / state

'হিমন্ত বিশ্ব শৰ্মা নৰ্দমাত থকা বিজানু', প্ৰদ্যুৎ বৰদলৈ - assam news

প্ৰাৰ্থী গৰাকীয়ে  হিমন্ত বিশ্ব শৰ্মাক নিম্ন পৰ্যায়ৰ উগ্ৰ সাম্প্ৰদায়িক নেতা, তেওঁ মানুহক ভাগ ভাগ কৰিছে, তেওঁ প্ৰতিটো কথাতে হিন্দু মুছলমানৰ কথা কয় | তেওঁৰ গাত ভাৰতীয় সংস্কাৰ নাই বুলিও কঠোৰ ভাষাৰে সমালোচনা কৰে

হিমন্ত বিশ্ব শৰ্মা নৰ্দমাত থকা কিটানুঃ প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Apr 13, 2019, 11:00 PM IST

হোজাই, 13 এপ্ৰিলঃ 'হিমন্ত বিশ্ব শৰ্মা নৰ্দমাত থকা বিজানু' এই মন্তব্য কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈৰ৷ শনিবাৰে হোজাইৰ লংকাত অনুষ্ঠিত কংগ্ৰেছী নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে ১০ নং সাংসদীয় লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ৷ লগতে প্ৰাৰ্থী গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক নিম্ন পৰ্যায়ৰ উগ্ৰ সাম্প্ৰদায়িক নেতা, তেওঁ মানুহক ভাগ ভাগ কৰিছে, তেওঁ প্ৰতিটো কথাতে হিন্দু মুছলমানৰ কথা কয় | তেওঁৰ গাত ভাৰতীয় সংস্কাৰ নাই বুলিও কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তাৰোপৰি বিজেপি দলে ৰাইজক সাপ হৈ খোটে আৰু বেজ হৈ জাৰে বুলিও কটাক্ষ কৰে৷

SLUG: LANKA VISIT PODYUT BORDOLOI

DATE : 13.04.2019

VIS : Email

STORY: নিম্ন পৰ্যায়ৰ উগ্ৰ সাম্প্ৰদায়িক হিমন্ত বিশ্ব শৰ্মা  নৰ্দমাত থকা এটা কিটানু বুলি মন্তব্য লংকাত প্ৰদ্যুত বৰদলৈৰ |

ANCHOR:হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰৰ কংগ্ৰেছী নিৰ্বাচনী সভাত অংশগ্ৰহণ ১০ নং সাংসদীয় লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ | কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত  অংশগ্ৰহণ কৰি বিজেপি দলক কঠোৰ ভাষাৰে নিন্দা কৰা লগতে  বিজেপি দলে ৰাইজক সাপ হৈ খুটে বেজ হৈ জাৰে বুলি মন্তব্য কৰে | লগতে কয় যে, বিজেপি দলৰ ৰথি মহাৰথী সকলে নগাও সাংসদীয় সমষ্টিত নামি পৰিছে, তেওলোক থৰক -বৰক হৈছে সেয়হে তেওলোকে মোক ডাইৰেক্ট এটেক কৰিছে | লগতে কয় যে, হিমন্ত আমাৰ দেশৰ উগ্ৰ সাম্প্ৰদায়িকতা এজন ব্যক্তি,তেও মানুহক ভাগ ভাগ কৰিছে, তেও প্ৰতি কথাতে হিন্দু মুছলমানৰ কয় থাকে | তেওৰ  গাত ভাৰতীয় সংস্কাৰ নাই বুলি মন্তব্য কৰে প্ৰদ্যুত ত বৰদলৈয়ে | লগতে উক্ত সভাত উপস্থিত থকে অধেন্দু কুমাৰ দে |

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.