গোলাঘাট, 18 ডিচেম্বৰ : মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷
প্ৰতিবাদকাৰীয়ে মাইক্ৰ'ফাইনেন্স কোম্পানীয়ে গ্ৰাহকৰ পৰা লুন্ঠন কৰা বন্ধ কৰক,ঋণ ৰেহাই দিয়ক আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ আহ্বান জনাইছে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক : নৱাজ শ্বৰীফৰ মাতৃৰ মৃত্যুত সমবেদনা জ্ঞাপন নৰেন্দ্ৰ মোডীৰ