ETV Bharat / state

ফৰকাটিং জংছনত আবদ্ধ লিডু-গুৱাহাটী ইন্টাৰচিটি ট্ৰেইন - ফৰকাটিং জংছনত আবদ্ধ লিডু-গুৱাহাটী ইন্টাৰচিটি

দেওবাৰে নিশা গোলাঘাটৰ ফৰকাটিং জংছনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ফৰকাটিং জংছনত দীৰ্ঘসময় ধৰি লিডু-গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ আবদ্ধ হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰেল কৰ্তৃপক্ষই যাত্ৰীসকলক অৱগত নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰীসকল ৷

ফৰকাটিং জংছনত আবদ্ধ লিডু-গুৱাহাটী ইন্টাৰচিটি ট্ৰেইন
author img

By

Published : Oct 28, 2019, 12:25 PM IST

গোলাঘাট, 28 অক্টোবৰঃ দেওবাৰে নিশা গোলাঘাটৰ ফৰকাটিং জংছনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বোকাজান চুঙাজানৰ মাজৰ ৰেলপথ বুৰাই পেলোৱাৰ ফলত বহুকেইখন ট্ৰেইনৰ চলাচল বাতিল কৰা হয় ৷ ৰেলপথ বুৰাই পেলোৱাত উজনি আৰু নামনি অসমৰ ৰেল সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে ৷

ফৰকাটিং জংছনত আবদ্ধ লিডু-গুৱাহাটী ইন্টাৰচিটি ট্ৰেইন

লগতে পঢ়ক বিপদ সীমাৰ ওপৰেদি বৈছে ধনশিৰি নৈৰ জলপৃষ্ঠ,শংকিত ৰাইজ !

ইপিনে,ফৰকাটিং জংছনত দীৰ্ঘসময় ধৰি লিডু-গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ আবদ্ধ হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰেল কৰ্তৃপক্ষই যাত্ৰীসকলক অৱগত নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰীসকল ৷

Intro:Body:নিশা গোলাঘাটৰ ফৰকাটিংত ৰেল যাত্ৰীৰ হাহাকাৰ। ধনশিৰি নদীৰ বাঢ়নী পানীত সৃষ্টি হয় আৱতৰীয়া বানপানী। বানপানীৰ বাবেই বহু ঠাইত আবদ্ধ হৈ পৰে ৰেল চলাচল। ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰেল যাত্ৰী সকলৰ। দিপাৱলীৰ আনন্দৰ মাজতে কাতিমহীয়া হোৱা বানপানীৰ বাবে বন্ধ হৈ পৰে এই ৰেল চলাচল। ধনশিৰি নদীৰ বাঢ়নী পানীত বোকাজান আৰু চুঙাজানৰ মাজত অৱস্থিত ৰেল পথৰ B_283 নম্বৰৰ দলং খনৰ ওপৰৰে পানী বৈ যোৱাৰ ফলত উজনি নামনিৰ ৰেল সমূহৰ যাতায়ত বন্ধ হৈ পৰে । ফৰকাটিংত লিডু-গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ খন আৱদ্ধ হৈ পৰাত নিশা হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰেল যাত্ৰী সকলৰ। দীৰ্ঘ সময় যাত্ৰীবাহী ৰেল কিয় ৰখাই থোৱা হৈছে এই বিষয়ে ৰেল কৰ্তৃপক্ষই যাত্ৰী সকলক অৱগত নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰী সকল।Conclusion:Byte : যাত্ৰী।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.