ETV Bharat / state

শালমৰা চাহ বাগিচাত অসম বিধান সভাৰ সৰ্বদলীয় দল - সৰ্বদলীয় দলৰ পৰিভ্ৰমণ

বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক দেখা কৰে দলটোৱে

গোলাঘাট শালমৰা চাহ বাগিচাত অসম বিধান সভাৰ সৰ্বদলীয় দলৰ পৰিভ্ৰমণ
author img

By

Published : Mar 1, 2019, 8:13 PM IST

গোলাঘাট,১মাৰ্চ: শুকুৰবাৰে গোলাঘাটৰ শালমৰা চাহ বাগিছাত উপস্থিত হয় অসম বিধান সভাৰ ২১ জনীয়া এটা সৰ্বদলীয় দল । দলটোৱে শালমৰা চাহ বাগিচাৰ মৃত লোকসকলৰ পৰিয়ালৰ উপৰিবিভিন্ন দল-সংগঠনৰ লগত মত বিনিময় কৰে। ইপিনে চাহ বাগিচাত চুলাই মদ প্ৰচলন বন্ধ কৰি ,লালীগুৰ নিষিদ্ধ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা ২ লাখ টকাৰ অনুদানৰ পৰিবৰ্তে ১০ লাখ টকালৈ বৃদ্ধি কৰিবলৈ বিধানসভাৰ সজাঁতী দলটোক আহ্বান জনায় বিভিন্ন দল-সংগঠনে।

গোলাঘাট শালমৰা চাহ বাগিচাত অসম বিধান সভাৰ সৰ্বদলীয় দলৰ পৰিভ্ৰমণ

ইফালে,গোলাঘাটত চুলাই পান কৰি অকালতে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত এখন বৈঠকৰো আয়োজন কৰে সৰ্বদলীয় দলটোৱে । য'ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মন্ত্ৰী পল্লৱলোচন দাস, অগপ সভাপতি অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কংগ্ৰেছৰ ৰকিবুল হুছেইন, অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, ৰ'জলীনা তিৰ্কী, তেৰচ গোৱালা, সঞ্জয় কিষাণ, মৃণাল শইকীয়া, ৰিতুৰ্পণ বৰুৱা, বিমল বৰা, দেৱানন্দ হাজৰিকা আৰু আমিনুল ইছলাম উপস্থিত থাকে ।

Intro:গোলাঘাট শালমৰা চাহ বাগিছাত অসম বিধান সভাৰ সৰ্বদলীয় দল। অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্বত গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ বুজ ললে ২১ জনীয়া সৰ্বদলীয় দলটোৱে। অঞ্চলটোত কি দৰে বিষাক্ত চুলাই মদৰ কবলত সাধাৰণ জনতাৰ প্ৰাণ গল সমগ্ৰ ঘটনাৰ পৰ্যাবেক্ষণ কৰিছে দলটোৱে।

Body:গোলাঘাট আৱৰ্ত ভৱনত সৰ্বদলীয় এক বৈঠক কৰি শালমৰা চাহ বাগিচাৰ সুৰা ট্ৰেজেদিৰ বুজ লয় বিধান সভাৰ ২২ জনীয়া দলটোৱে। দলটোত আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মন্ত্ৰী পল্লৱলোচন দাস, অগপৰ সভাপতি অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কংগ্ৰেছৰ ৰকিবুল হুছেইন, অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, ৰ'জলীনা তিৰ্কী, তেৰচ গোৱালা, সঞ্জয় কৃষাণ, মৃণাল শইকীয়া, ৰিতুৰ্পণ বৰুৱা, বিমল বৰা আৰু দেৱানন্দ হাজৰিকা, এআইইউডিএফৰ আমিনুল ইছলাম। দলটোৱে শালমৰা চাহ বাগিচা পৰিভ্ৰমণ কৰি পীড়িত সকলৰ বুজ লোৱাৰ উপৰিও বিভিন্ন দল সংগফনৰ লগত মত বিনিময় কৰে। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) চাহ বাগিচাত চুলাই মদ প্ৰচলন বন্ধ কৰিবলৈ দাবী তোলাৰ উপৰিও লালীগুৰ নিষিদ্ধ কৰিবলৈ পদক্ষেপ লবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও মৃতকৰ পৰিয়াল লৈ আগবঢ়োৱা ২ লাখ টকাৰ অনুদান ১০ লাখটকালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

Conclusion:Byte 1: হিতেন্দ্ৰ নাথ গোস্বামী।
Byte 2:
Byte 3:
Byte 4:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.