ETV Bharat / state

নিৰ্বাচনক লৈ গোলাঘাট বিজেপিৰ সংবাদমেল

নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ আগমূহুৰ্তত মঙলবাৰে গোলাঘাট বিজেপিৰ সংবাদমেল ৷ গোলাঘাটৰ 108 খন চাহ বাগিচাৰ সকলো ভোটাৰেই এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দান কৰিব বুলি সংবাদমেলত মন্তব্য গোলাঘাট বিজেপিৰ সভাপতিগৰাকীৰ ৷

author img

By

Published : Apr 9, 2019, 9:55 PM IST

গোলাঘাট বিজেপিৰ সংবাদমেল

গোলাঘাট,9এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত হোৱাৰ প্ৰাকক্ষণত গোলাঘাট বিজেপিৰ সংবাদমেল । মঙলবাৰে আয়োজন কৰা এই সংবাদমেলত জিলা সভাপতি, সম্পাদক আৰু বহু কেইজন বিজেপিৰ শীৰ্ষ নেতা উপস্থিত থাকে । সংবাদমেলত জিলা সভাপতিগৰাকীয়ে মন্তব্য কৰে যে অগপ আৰু বিজেপিৰ পুনৰ মিত্ৰতাক লৈ প্ৰথমে বিজেপিৰ ভিতৰচৰাত আশংকাই দেখা দিছিল যদিও প্ৰচাৰৰ অন্তত বিজেপিৰ কৰ্মী সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিয়া সকলো কেইটা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়ী হ'ব বুলি নিশ্চিত হৈছে । গোলাঘাটত থকা 108 খন চাহবাগিচাৰ সকলো ভোটাৰেই এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দান কৰিব বুলিও সংবাদমেলত মন্তব্য কৰে জিলা সভাপতিগৰাকীয়ে। লগতে গোলাঘাটৰ ৫ টা বিধানসভা সমষ্টিত দুই লাখৰো অধিক ভোটত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত জয়ী হ'ব বুলি আশাবাদী গোলাঘাট বিজেপি ।

Golaghat 09.04.2019
SLUG : GOLAGHAT BJP PRESS MEET
A_GLT_802_GOLAGHAT_BJP_PRESS_MEET_VISUSL_BYTE_DIGANTA_SAHU
O.C.: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ প্ৰাকক্ষণত গোলাঘাট বিজেপিৰ সংবাদমেল। বিজেপি গোলাঘাট জিলা  কাৰ্য্যালয়ত আয়োজন কৰা হয় এই সংবাদ মেল। সংবাদমেলত জিলা সভাপতি, সম্পাদক আৰু বহু কেইজন বিজেপিৰ শীৰ্ষ নেতা উপস্থিত। সংবাদমেলত জিলা সভাপতি  গৰাকীয়ে মন্তব্য কৰে যে অগপ আৰু বিজেপিৰ পুনঃ মিত্ৰতাক লৈ আশংকাই দেখা দিছিল যদিও এতিয়া  বিজেপিৰ কৰ্মী সকলে প্ৰচাৰ  চলাই গম পালে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিয়া সকলো কেইটা  সমষ্টিত জয়ী হব মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে। গোলাঘাট জিলাত থকা 108 খন চাহবাগিচাৰ সকলো ভোটাৰেই এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দান কৰিব। গোলাঘাটৰ ৫ টা বিধান সভা সমষ্টিত নিশ্চিত ভাৱে দুই লাখৰো অধিক ভোটত আগবাঢ়িব মণিমাধৱ মহন্তয়ে।
Byte: সভাপতি, গোলাঘাট জিলা বিজেপি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Visual byte send by mojo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.