ETV Bharat / state

কেপ্তেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত বীৰ শ্বহীদ দিৱস পালন

author img

By

Published : Jun 26, 2020, 9:19 PM IST

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে খুমটাই কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ সহ বীৰ শ্বহীদ গৰাকীৰ মাতৃয়ে ।

"Bir swahid diwas" celebrated at captain Jintu Gogoi crematory by Congress
কেপ্তেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত বীৰ শ্বহীদ দিৱস পালন

খুমটাই, 25 জুন: ভাৰত-চীন সীমান্তৰ গালোৱান উপত্যকাত চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে দেশজুৰি কংগ্ৰেছ দলে পালন কৰে 'শ্বহীদ সন্মান দিৱস' ৷ এই শ্বহীদ দিসৱৰ লগত সংগতি ৰাখি খুমটাই কংগ্ৰেছৰ উদ্যোগত কাৰ্গিল বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈ সমাধিক্ষেত্ৰটো পালন কৰা হয় 'শ্বহীদ সন্মান দিৱস'৷

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে খুমটাই কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ সহ বীৰ শ্বহীদ গৰাকীৰ মাতৃয়ে । শ্বহীদ গৰাকীৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি দিয়াৰ লগতে শ্বহীদ জিণ্টু গগৈৰ মাতৃক সন্মান জনাই দেশপ্ৰেমমূলক গীতেৰে অনুষ্ঠানটো সামৰণি মাৰে কংগ্ৰেছৰ সদস্য সকলে ৷

লগতে পঢ়কঃ গালৱান উপত্যকাত শ্বহীদ হোৱা সৈনিকলৈ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.