ETV Bharat / state

ধনশিৰি গেলাবিলত মহিলা ভাওনাৰ আয়োজন - Dhansiri

পোন প্ৰথম বাৰৰ বাবে মহাপুৰুষীয়া ভাওনাত অভিনয় কৰিবলৈ সুযোগ পোৱাত মহিলা সকল উৎফুল্লিত হৈছে । ১ জুনত প্ৰদৰ্শন হবলগীয়া "দ্ৰুণ পৰ্ব " নামৰ ভাওনাখনক লৈ উৎসৱমুখৰ পৰিৱেশ সমগ্ৰ গেলাবিলত ৷

ধনশিৰি গেলাবিলত মহিলা ভাওনাৰ আয়োজন
author img

By

Published : May 31, 2019, 12:58 PM IST

গোলাঘাট, ৩১ মেঃ ধনশিৰি মহকুমাৰ গেলাবিল ৰেংমাগ্ৰান্টত আয়োজন মহাপুৰুষীয়া মহিলা ভাওনাৰ । কৃষ্ণাৰ্জুনকে ধৰি বিভিন্ন চৰিত্ৰত মহিলাৰ অভিনয়ে মোহিব সকলোকে ।

ধনশিৰি গেলাবিলত মহিলা ভাওনাৰ আয়োজন

গোলাঘাটৰ গেলাবিল ৰেংমাগ্ৰান্টত অহা ১ জুনত প্ৰদৰ্শন হবলগীয়া "দ্ৰুণ পৰ্ৱ"নামৰ ভাওনা খনক লৈ ৰেংমাগ্ৰান্ট আদৰ্শ প্ৰাথমিক শাখা নামঘৰত এতিয়া প্ৰত্যেক নিশাই চলিছে আখৰা । পোন প্ৰথম বাৰৰ বাবে মহাপুৰুষীয়া ভাওনাত অভিনয় কৰিবলৈ সুযোগ পোৱাত উৎফুল্লিত হৈ পৰিছে মহিলা সকল । এফালে গায়ন-বায়ণ আনফালে মহিলা সকলৰ সুন্দৰ অভিনয় ।

১ জুনত প্ৰদৰ্শন হবলগীয়া "দ্ৰুণ পৰ্ৱ"নামৰ ভাওনা খনক লৈ এতিয়া খুবেই উৎসৱ মুখৰ পৰিৱেশ গেলাবিল অঞ্চলত।

আৰু পঢ়ক- শিৱসাগৰত মিছিং জনগোষ্ঠীৰ ডাবুৰ পূজা উদযাপন

Intro:ধনশিৰি মহকুমাৰ গেলাবিল ৰেংমাগ্ৰান্ট আয়োজন কৰা হৈছে মহাপুৰুষীয়া এক মহিলা ভাওনা ৷ যাৰবাবে ৰেংমাগ্ৰান্ট আদৰ্শ প্ৰাথমিক শাখা নামঘৰত এতিয়া নিশা নিশা চলিছে মহিলা ভাওনাৰ আখৰা ৷ অহা ১ জুনত প্ৰদৰ্শন কৰা হব "দ্ৰুণ পৰ্ৱ"নামৰ ভাওনা খন আৰু স্হানীয় মহিলা সকলে এই নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ৷ সেয়েহে পূৰ্ণ গতিত ভাওনাৰ আখৰা কৰিছে মহিলা সকলে ৷ Body:পোন প্ৰথম বাৰৰ বাবে মহাপুৰুষীয়া ভাওনাত অভিনয় কৰিবলৈ সুযোগ লাভ কৰা মহিলা সকল উৎফুল্লিত হৈ পৰাৰৰ লগতে কৃষ্ণ, অৰ্জুন, ভীম দুৰ্য্যোধন, শকুনি ভীষ্ম, দ্ৰুৰ্ণ আদি বিভিন্ন চৰিত্ৰত সাৱলিল অভিনয়ো আগবঢ়াবলৈ সক্ষম হৈছে গৃহিনীৰ ৰূপত ঘৰত আৱদ্ধ থকা মহিলা সকলে ৷ হাতত গদা, তৰুৱাল ,ধনু লৈ তয়াময়া যুদ্ধ দিয়াটো পাৰদৰ্শিতা দেখুৱাইছে এইসকল মহিলাই ৷ বায়নৰ খোলৰ চেৱে চেৱে প্ৰৱেশ, যুদ্ধ যাত্ৰা, যুদ্ধৰ ভঙগিমা আকৰ্ষনিয় ভাৱে প্ৰদৰ্শন কৰিছে গাঁওৰ মহিলা ভাওৰীয়াৰ সকলে ৷ মহিলা ভাওনাখনৰ বৃহস্পতিবাৰে নিশা "বৰ অাখৰা" অনুষ্ঠিত হোৱাৰ পিচত অহা ১ জুন তাৰিখে ৰেংমাগ্ৰাণ্ট আদৰ্শ প্ৰাথমিক শাখা নামঘৰত |Conclusion:BYTE :-1 ভাৱৰীয়া
BYTE :-2 ভাৱৰীয়া
BYTE :- 3.ভাৱৰীয়া
BYBYTE :-4.ভাৱৰীয়া

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.