ETV Bharat / state

গোলাঘাটত ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি

ধৰ্মালোচনা সভাত ধৰ্ম আৰু বিজ্ঞান সনাতন ধৰ্মত সদাচাৰ আদি বিষয়ত আলোচনা কৰে । অধিবেশনৰ অন্তিম কাৰ্যসূচীৰূপে গোলাঘাট নবৰংগ শিল্পী সমাজৰ দ্বাৰা "বিপ্ৰদামোদৰ উপাখ্যান" শীৰ্ষক ভাওনাখন প্ৰদৰ্শন কৰে ।

author img

By

Published : Jun 16, 2019, 11:24 AM IST

ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন সামৰণি

গোলাঘাট, ১৬ জুনঃ গোলাঘাটৰ মাহেশ্বৰী ভৱনত অনুষ্ঠিত অসম ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখন শনিবাৰে সামৰণি পৰে ।

ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখনত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে এই অনুষ্ঠানৰ । পতাকা উত্তোলন কৰে সুনীল কুমাৰ গোস্বামীয়ে । পতাকা উত্তোলনৰ পিছত বিভিন্ন কাৰ্যসূচী আৰম্ভ হয় । বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনাৰ লগতে বিভিন্ন প্ৰতিযোগিতা, বঁটা প্ৰদান আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷

ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন সামৰণি

দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছিল অধিৱেশনলৈ । ধৰ্মালোচনা সভাত ধৰ্ম আৰু বিজ্ঞান সনাতন ধৰ্মত সদাচাৰ আদি বিষয়ত আলোচনা কৰে । অধিবেশনৰ অন্তিম কাৰ্যসূচীৰূপে গোলাঘাট নবৰংগ শিল্পী সমাজৰ দ্বাৰা "বিপ্ৰদামোদৰ উপাখ্যান" শীৰ্ষক ভাওনাখন প্ৰদৰ্শন কৰে ।

লগতে আন এটা বাতৰি - নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে জনালে নতুন ভাৰতৰ নতুন লক্ষ্য

Intro:অসম ব্ৰহ্মাণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখনি শনিবাৰে নিশা সফল সমাপ্তি ঘটে । গোলাঘাটৰ মাহেশ্বৰী ভৱনত অনুষ্ঠিত হোৱা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিবেশনখনি প্ৰথমদিনাৰ দিনজোৰা কাৰ্য্যসুচীৰে সমাপ্তিৰ পিছত শনিবাৰে সুনীল কুমাৰ গোস্বামীয়ে পতাকা উত্তোলনৰ পিছত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বিশ্বশান্তিৰ বাবে এক কাৰ্যসূচী পালনৰ পিছত বিভিন্ন প্ৰতিযোগিতা, বটাঁ প্ৰদান , স্মৃতিগ্ৰন্থ আৰু ব্ৰহ্মভাৰতিৰ উন্মোচন কৰা হয় ৷ দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্ৰাহ্মণ পণ্ডিত সকলে অংশগ্ৰহণ কৰা আলোচনা সভাত ধৰ্ম আৰু বিজ্ঞান সনাতন ধৰ্মত সদাচাৰ আদি বিষয়ক আলোচনাকৰা হয় বিয়লি প্ৰতিনিধি সভা অনুষ্ঠিত হয় । অধিবেশনৰ অন্তিম কাৰ্যসূচী ৰূপে গোলাঘাট নবৰঙ্গ শিল্পী সমাজৰ দ্বাৰা "বিপ্ৰদামোদৰ উপাখ্যান" শীৰ্ষক ভাওনা খনি প্ৰদৰ্শন কৰা হয়Body:Byte 1 : উদ্যোক্তা Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.