ETV Bharat / state

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাই - মৃনাল শইকীয়া

সংগঠনটোৱে পুৱতি নিশা খুমটাইৰ শাঁওতলী চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ

খুমটাই
চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাই
author img

By

Published : Dec 8, 2019, 11:17 AM IST

Updated : Dec 8, 2019, 12:31 PM IST

গোলাঘাট, 8 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত খুমটাই আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৱে পুৱতি নিশা খুমটাইৰ শাঁওতলী চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে খুমটাই আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মীৰ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাইৰ পৰিৱেশ ৷ প্ৰতিবাদস্থলীত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াকো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাই

আৰু পঢ়কঃ " শ্বহীদ দিৱস " এইবাৰ পালন নকৰে শ্বহীদ পৰিয়ালে

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চাহ জনজাতি খুমটাই আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে সমগ্র অঞ্চল।Body:.নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে খুমটাইতো আটছাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে খুমটাইৰ শাঁওতলী চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে নৰেন্দ্ৰ মোদী হায় হায়, সৰ্বানন্দ সোনোৱাল হুছিয়াৰ আদি শ্ল’গানেৰে খুমটাইৰ পৰিবেশ উত্তাল কৰি তোলে ৷ আনহাতে সংগঠনটোৱে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াকো তীব্ৰ সমালোচনা কৰে ৷৷Conclusion:Byte 1. আটছা নেতা।

খুমটাইৰ পৰা দিপক হাজৰিকা।

Last Updated : Dec 8, 2019, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.