ETV Bharat / state

গোৱালপাৰাত শিল্পীলৈ বিষ্ণু প্ৰসাদ ৰাভা বঁটা

সভাখনত সাংস্কৃতিক জগতখনত বিশেষভাৱে অৱদান যোগোৱা আঠজনকৈ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰখ্যাত মুখাশিল্পী ৰেৱকান্ত মহন্ত আৰু নৃত্য প্ৰতিয়সী কুমাৰী লাইতোনজম ইবেমপিশক আগবঢ়ায় 2019ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা।

CM Program
author img

By

Published : Jun 20, 2019, 8:59 PM IST

গোৱালপাৰা,19 জুন : গোৱালপাৰাৰ ৰংজুলিৰ তহশীল ময়দানত কলাগুৰুক স্মৰণ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদ তথা গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷

গোৱালপাৰাৰ ৰাভা দিৱসত মুখ্যমন্ত্ৰী

এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক দীপক ৰাভা, ৰাভা-হাছঙৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী। সভাখনত সাংস্কৃতিক জগতখনত বিশেষভাৱে অৱদান যোগোৱা আঠজনকৈ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰখ্যাত মুখাশিল্পী ৰেৱকান্ত মহন্ত আৰু নৃত্য প্ৰতিয়সী কুমাৰী লাইতোনজম ইবেমপিশক আগবঢ়ায় 2019ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা।

as_slug_gol_20jun_801_goalpara_cm_program_vis+byte_send_moj_jahidul.

Anchor+V.O:- অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদ তথা গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত গোৱালপাৰাৰ ৰংজুলিৰ তহশীল ময়দানত অনুষ্ঠিত হৈছে বিষ্ণু ৰাভা দিৱস। এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক দীপক ৰাভা, ৰাভা-হাছঙৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী। এইখন সভাতে সাংস্কৃতিক জগতখনত বিশেষভাৱে অৱদান যোগোৱা আঠজনকৈ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰখ্যাত মুখাশিল্পী ৰেৱকান্ত মহন্ত আৰু নৃত্য প্ৰতিয়সী কুমাৰী লাইতোনজম ইবেমপিশক আগবঢ়ায় ২০১৯ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা। এই বঁটা প্ৰদানৰ প্ৰাকমূহুৰ্তত বন্তি প্ৰজ্বলনেৰে বিষ্ণু ৰাভা দিৱসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইয়াৰ পাছতে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ভাষণ আগবঢ়ায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষ্ণু ৰাভা দিৱসৰ তাৎপৰ্য দাঙি এক আকৰ্ষণীয় ভাষণ আগবঢ়ায়।

 জাহিদুল ইছলাম,গোৱালপাৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.