ETV Bharat / state

ডিব্ৰুগড়ৰ ডিকমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা - Terrible road accident

তিনিচুকীয়া দিশৰ পৰা ডিব্ৰুগড়মুখী হৈ আহি থকা এএচ-০৬-এল-০৫৬৭ নম্বৰৰ ফিগ’ স্পৰ্ট বাহন খনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ।

ডিব্ৰুগড়ৰ ডিকমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jan 2, 2021, 9:27 PM IST

মৰাণ,2 জানুৱাৰীঃ শনিবাৰে ডিব্ৰুগড়ৰ ডিকম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । সংকটজনক অৱস্থাত দুজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি তিনিচুকীয়া দিশৰ পৰা ডিব্ৰুগড়মুখী হৈ আহি থকা এএচ-০৬-এল-০৫৬৭ নম্বৰৰ ফিগ’ স্পৰ্ট বাহন খনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে । আনহাতে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ডিকম আৰক্ষী চকীত খবৰ দিয়াত ততালিকে আৰক্ষী ৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তিনিজনক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইয়াৰে দুজনৰ অৱস্থা অটি সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.