নিউজ ডেক্স,1 আগষ্টঃ পোহৰলৈ আহিছে বিজেপি চৰকাৰৰ বিমুদ্ৰাকৰণৰ ফোপালাস্বৰূপ ৷বিমুদ্ৰাকৰণৰ তিনিটা বছৰ পিছতো ইয়াৰ নীতিসমূহ বাস্তৱ ক্ষেত্ৰত পৰিণত নহ'ল ৷ বিমুদ্ৰাকৰণৰ পিছত প্ৰত্যেকখন চাহ বাগিচাত নগদবিহীন লেনদেনৰ ব্যৱস্থা অৰ্থাৎ এ টি এম ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোডীয়ে ৷ অসমৰ প্ৰায়বোৰ চাহ বাগিচাতে এই পৰ্যন্ত প্ৰযোজ্য নহ'ল নগদবিহীন লেনদেনৰ ব্যৱস্থা ৷
VIDEO: ডিজিটেল আৰু কেচ লেচ ইণ্ডিয়াৰ প্ৰকৃত ৰূপ !
নগদবিহীন লেনদেনৰ ব্যৱস্থা যেন এতিয়াও সপোন চাহ বাগিচাৰ কৰ্মীসকলৰ বাবে ৷
ৰামঠগন চাহ বাগিচাৰ কৰ্মীক !
নিউজ ডেক্স,1 আগষ্টঃ পোহৰলৈ আহিছে বিজেপি চৰকাৰৰ বিমুদ্ৰাকৰণৰ ফোপালাস্বৰূপ ৷বিমুদ্ৰাকৰণৰ তিনিটা বছৰ পিছতো ইয়াৰ নীতিসমূহ বাস্তৱ ক্ষেত্ৰত পৰিণত নহ'ল ৷ বিমুদ্ৰাকৰণৰ পিছত প্ৰত্যেকখন চাহ বাগিচাত নগদবিহীন লেনদেনৰ ব্যৱস্থা অৰ্থাৎ এ টি এম ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোডীয়ে ৷ অসমৰ প্ৰায়বোৰ চাহ বাগিচাতে এই পৰ্যন্ত প্ৰযোজ্য নহ'ল নগদবিহীন লেনদেনৰ ব্যৱস্থা ৷
Intro:বিমুদ্ৰাকৰণৰ প্ৰায় তিনিবছৰ উকলি ।টিংখাঙৰ চাহ বাগিচা সমূহত মোডীৰ বিমুদ্ৰাকৰণ নীতিৰ ফোঁপোলা স্বৰূপ ॥
Body:বিমুদ্ৰাকৰণৰ প্ৰায় তিনিবছৰ উকলি যোৱাৰ পাচত মোডীৰ নগদবিহীন লেনদেনৰ এক ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে অসমৰ চাহ বাগিচা সমূহত। বিশেষকৈ ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিচা সমূহত অসাৰ হ'ল নগদবিহীন লেনদেন আঁচনি। টিংখাঙৰ চাহ বাগিচা সমূহত একপ্ৰকাৰ ভেঁকোভাওনাত পৰিণত হ'ল প্ৰধানমন্ত্রী মোডীৰ ডিজিটেল ইণ্ডিয়াৰ শ্ল'গান। মোডীয়ে শ্ৰমিকৰ সুবিধাৰ বাবে বাগিচাই- বাগিচাই এ টি এম সেৱা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল যদিও বিগত এবছৰে টিংখাং সমষ্টিৰ ২০ খন কোম্পানী চাহ বাগিচাৰ এখনটো এ টি এম ব্যৱস্থা প্ৰৱৰ্তন নহ'ল। আনহাতে একমাত্র দিৰৈ চাহ বাগিচাৰ বাদে অন্য কোনো এখন বাগিচাতে প্ৰযোজ্য নহ'ল নগদবিহীন লেনদেনৰ ব্যৱস্থা।
Byte-(2)-আছা নেতা ।
টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ