ETV Bharat / state

বিৰোধী দলৰ প্ৰতিদ্বন্দীক বদৰুদ্দিন আজমলৰ মুকলি প্ৰত্যাহ্বান

মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক মুকলি প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ

বিৰোধী দলৰ প্ৰতিদ্বন্দীক বদৰুদ্দিন আজমলৰ মুকলি প্ৰত্যাহ্বান
author img

By

Published : Apr 12, 2019, 11:54 PM IST

ধুবুৰী,১২ এপ্ৰিলঃ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক মুকলি প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ । দুয়োজন প্ৰাৰ্থীকে বিজেপিৰ এজেন্ট আখ্যা বদৰুদ্দিন আজমলৰ । শুকুৰবাৰে ধুবুৰীৰ গোলকগঞ্জৰ এখন নিৰ্বাচনী সভাত অংশ লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় বদৰুদ্দিন আজমলে । নিৰ্বাচনী প্ৰচাৰ সভাত আজমলে নিজৰ ভাষণত অগপ বিজেপি আৰু বিপিএফ মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক মুকলি প্ৰত্যাহ্বান আগবঢ়াই। দুয়োজনে হিন্দী, ইংৰাজী নহয় আনকি অসমীয়া ভাষাও ঠিক মতে কব নোৱাৰে বুলিও প্ৰত্যাহ্বান জনাই । ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি অৰ্থাৎ নৰেন্দ্ৰ মোডীৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে নৰেন্দ্ৰ মোডী ফেইলাৰ বুলি উল্লেখ কৰে আজমলে। ইয়াৰোপৰি এইবাৰ ধুবুৰী বৰপেটা আৰু কৰিমগঞ্জত এ আই ইউ ডি এফৰ জয় নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে মিত্ৰ দল ইউ পি পি এলৰ প্ৰাৰ্থীও জয় হব বুলি দাবী কৰে আজমলে ।

বিৰোধী দলৰ প্ৰতিদ্বন্দীক বদৰুদ্দিন আজমলৰ মুকলি প্ৰত্যাহ্বান

উল্লেখযোগ্য যে, এই নিৰ্বাচনী সভাখনতো পূৰ্বৰ দৰেই জৰাফুঁকাৰ ৰাজনীতি কৰে এ আই ইউ ডি এফ প্ৰধানজনে । সভাৰ অন্তত বহু সংখ্যক লোকে আজমলৰ জৰা-ফুকা পানীৰ বাবে বটল লৈ সভাথলীত ঠেলা হেঁচা আৰম্ভ কৰে ।

Intro: জাবেদ-তাহেৰক মুকলি প্ৰত্যাহ্বান আজমলৰ। হিন্দী ইংৰাজী ভাষাকলৈ এই প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ। লগতে জাবেদ ইছলাম আৰু তাহেৰ বেপাৰী বিজেপিৰ এজেন্ট আখ্যা আজমলৰ।

Body: সংসদৰ মজিয়াত চলে ইংৰাজী আৰু হিন্দী ভাষা। সেয়ে এগৰাকী সাংসদে ইংৰাজী আৰু হিন্দী ভাষাৰ জ্ঞান থকাটো জৰুৰী। সেয়ে আজি ইংৰাজী আৰু হিন্দী ভাষাক লৈ নিৰ্বাচনী মঞ্চৰ পৰা একপ্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনালে বদৰুদ্দিন অজমলে।
উল্লেখযোগ্য যে, আজি ধুবুৰীৰ গোলকগঞ্জৰ এখন নিৰ্বাচনী সভাত অংশ লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় বদৰুদ্দিন আজমলে। নিৰ্বাচনী প্ৰচাৰ সভাত আজমলে নিজৰ ভাষণত অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক মুকলি প্ৰত্যাহ্বান আজমলৰ। হিন্দী ইংৰাজী ভাষা কিয় অসমীয়া ভাষাও ঠিক মতে কব নোৱাৰে বুলি মুকলি প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ।

ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি অৰ্থাৎ নৰেন্দ্ৰ মোডীৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে নৰেন্দ্ৰ মোডী ফেইলাৰ বুলি উল্লেখ কৰে আজমলে। আনহাতে এইবেলি ধুবুৰী বৰপেটা আৰু কৰিমগঞ্জত এ আই ইউ ডি এফৰ জয় নিঃশ্চিত বুলি দাবী কৰাৰ বিপৰীতে মিত্ৰ দল ইউ পি পি এলৰ প্ৰাৰ্থীও জয় হব বুলি দাবী কৰে আজমলে।

আজিৰ নিৰ্বাচনী সভাত পূৰ্বৰ দৰেই জৰাফুঁকাৰ ৰাজনীতি কৰা দেখা গল। সভাৰ অন্তত বহু সংখ্যক লোকে পানীৰ বটল লৈ ঠেলা হেঁচা আৰম্ভ কৰা দেখা যায়।

ইপিনে আজিৰ আজমলৰ নিৰ্বাচনী সভাত প্ৰখৰ ৰদৰ ফলত এগৰাকী বৃদ্ধ অচেতন হৈ ঢলি পৰে। পাছত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

Conclusion: কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ আৰু মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে বদৰুদ্দিন আজমলৰ এই প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.