ETV Bharat / state

বিলাসীপাৰা জিলা আমছুৰ কমিটি গঠন

বি.আৰ.আম্বেদকাৰ ভৱনত সংবাদমেলৰ জৰিয়তে মঙলবাৰে বিলাসীপাৰা জিলা আমছুৰ কমিটিখন গঠন কৰা হয় ৷ 26 তম বাৰ্ষিক সাধাৰণ সভাৰ জৰিয়তে মুঠ 51 জনীয়া এখন শক্তিশালী জিলা কমিতি গঠন কৰে প্ৰতিনিধি সভাই ৷

বিলাসীপাৰা জিলা আমছুৰ কমিটি গঠন
বিলাসীপাৰা জিলা আমছুৰ কমিটি গঠন
author img

By

Published : Feb 3, 2021, 7:07 AM IST

পশ্চিম বিলাসীপাৰা,3 ফেব্ৰুৱাৰী: দেওবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বিলাসীপাৰা জিলা সমিতিৰ 26 তম বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল ৷ বিলাসীপাৰাৰ বি.এম.কলেজত অনুষ্ঠিত সভাখনত জিলা আমছুৰ কমিটিখন গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও কমিটিখন গঠন কৰিব পৰা নাছিল প্ৰতিনিধি সভাই ৷

মঙলবাৰে পুনৰ বি.আৰ.আম্বেদকাৰ ভৱনত সংবাদমেলৰ জৰিয়তে আনুষ্ঠানিক ভাৱে আমছুৰ বিলাসীপাৰা জিলা কমিটিখন গঠন কৰে ৷ বিলাসীপাৰা জিলা আমছুৰ সভাপতি হিচাপে আব্দুল ওহাৱ মণ্ডল,কাৰ্যকৰী সভাপতি হাচান আলী, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে সহিদুল সৰকাৰ আৰু আব্দুল মালেক মণ্ডলক দায়িত্ব অৰ্পন কৰি মুঠ 51 জনীয়া এখন শক্তিশালী জিলা কমিতি গঠন কৰে।

লগতে পঢ়ক: শংকাত দিন অতিবাহিত কৰিছে মেঘালয়ৰ 'হৰিজন কলনী'ৰ শিখ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.