ETV Bharat / state

ধুবুৰীত বিদেশী দম্পতীৰ উপস্থিতিক লৈ তীব্ৰ আতংক

author img

By

Published : Mar 15, 2020, 8:09 AM IST

নিশা চাইকেল চলাই ধুবুৰী চহৰত এহাল বিদেশী দম্পতী উপস্থিত হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷ এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ধুবুৰী আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বিপৰীতে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰে দম্পতীহালক ৷

ধুবুৰীত বিদেশী দম্পতী
ধুবুৰীত বিদেশী দম্পতী

ধুবুৰী, 14 মাৰ্চঃ COVID-19 ৰ শংকাত সমগ্ৰ বিশ্ব শংকিত হৈ থকাৰ সময়তে, ধুবুৰীত এহাল বিদেশী দম্পতীৰ উপস্থিতিক লৈ সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷ বিদেশী দম্পতীহালে নিশা চাইকেল চলাই ধুবুৰী চহৰত উপস্থিত হোৱাৰ পিচতে হোৱাৰ পিচতে ৰাইজৰ মাজত সৃষ্টি হয় হুৱা দুৱা ৷ ছুইজাৰলেণ্ডৰ পৰা ভাৰত ভ্ৰমণলৈ আহিছিল এই নৱ দম্পতীহাল ৷ এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ধুবুৰী আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বিপৰীতে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰে দম্পতীহালক ৷ ইতিমধ্যে চিকিৎসকে দুয়োৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে আৰু তেওঁলোকৰ গাত COVID-19 ৰ কোনো লক্ষণ নাই বুলি প্ৰকাশ কৰিছে ৷

ধুবুৰীত বিদেশী দম্পতীৰ উপস্থিতিক লৈ তীব্ৰ আতংক

লগতে পঢ়কঃ তিনি ঘন্টা ধৰি যোৰহাট বাছ আস্থানত আবদ্ধ বিদেশী পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.