ETV Bharat / state

ধেমাজিত ধুমুহা-বৰষুণত বিস্তৰ ক্ষতি - বিস্তৰ ক্ষতি

নিমিষতে কেইবাটাও বাসগৃহ আৰু ভঁৰাল সমপূৰ্ণৰূপে বিধ্বস্ত হৈ যায় ৷ ইপিনে ধুমুহা বৰষুণে ঘৰৰ টিন-বেৰ উৰুৱাই নিয়াৰ ফলত আশ্ৰয়হীন হৈ পৰা পৰিয়ালসমূহৰ মাজত বৰ্তমান সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

ধেমাজিত প্ৰৱল ধুমুহা-বৰষুণত বিস্তৰ ক্ষতি
author img

By

Published : Jul 21, 2019, 2:37 PM IST

ধেমাজি, 21 জুলাই: বানৰ সমান্তৰাকৈ এইবাৰ ধুমুহাই তাণ্ডব চলাইছে ধেমাজিত ৷ বাঢ়নী পানীৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰাৰ সময়তে শনিবাৰে পুৱতি নিশা অহা প্ৰবল বৰষুণ আৰু ধুমুহাই ধেমাজিৰ বাটঘৰীয়া পঞ্চায়তৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে ৷

ধেমাজিত প্ৰৱল ধুমুহা-বৰষুণত বিস্তৰ ক্ষতি
বাটঘৰীয়া পঞ্চায়তৰ বৰঢেকেৰা গাঁৱৰ কেইবাঘৰৰ ঘৰ-ভৰাল তচ- নচ কৰি থৈ যায় ধুমুহাজাকে ৷ তদুপৰি বাটঘৰীয়াৰ পাৰ্শ্বৱতী গাঁওসমূহতো প্ৰভাৱ পৰে ধুমুহাজাকৰ ৷ নিমিষতে কেইবাটাও বাসগৃহ আৰু ভঁৰাল সমপূৰ্ণৰূপে বিধ্বস্ত হৈ যায় ৷ ইপিনে ধুমুহা বৰষুণে ঘৰৰ টিন-বেৰ উৰুৱাই নিয়াৰ ফলত আশ্ৰয়হীন হৈ পৰা পৰিয়ালসমূহৰ মাজত বৰ্তমান সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ সেয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে তৎকালে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক সুদৃষ্টি দিবলৈ অনুৰোধ জনাইছে ৷

Intro:ধেমাজিত প্ৰৱল বৰষুণ ধুমুহাত বিস্তৰ ক্ষতিBody:ধেমাজিত প্ৰৱল বৰষুণ ধুমুহাত বিস্তৰ ক্ষতি

ধেমাজি , ২১ জুলাই : বানৰ সমান্তৰালভাৱে এইবাৰ ধুমুহাই তাণ্ডব চলালে ধেমাজিত ৷ পানীৰ পৰিমান ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰাৰ সময়তে শনিবাৰে দুপৰ নিশা অহা প্ৰৱল বৰষুণ আৰু ধুমুহা ই ধেমাজি ৰ বাটঘৰীয়া পঞ্চায়তৰ কেইবাখন গাৱত বিস্তৰ ক্ষতিসাধন কৰে ৷বাটঘৰীয়া পঞ্চায়তৰ বৰঢেকেৰা গাৱৰ শিৱ চাংমাই , ইন্দ্ৰ দুৱৰী , বিদ্যাধৰ চাংমাই , শুভন , পদেশ্বৰ , চুইট আদি কেইবাঘৰৰ ঘৰ , ভৰাল তচ- নচ কৰি থৈ যায় ধুমুহাজাকে ৷ তদুপৰি বাটঘৰীয়াৰ পাশ্বৱতী গাৱতো প্ৰভাৱ পৰে ৷ ধুমুহাজাক ইমানেই প্ৰৱল আছিল যে নিমিষতে উল্লিখিত গাঁৱৰ কেইবাটাও বাসগৃহ আৰু ভৰাল সমপূৰ্ণৰূপে বিধবস্ত হৈ যায় ৷ইপিনে ধুমুহা বৰষুণে ঘৰৰ টিন , বেৰ উৰু ৱাই নিয়াৰ ফলত আশ্ৰয়হীন হৈ পৰা সব’স্বান্ত পৰিয়ালৰ মাজত হাহাঁকাৰ লাগিছে ৷
তৎকালে চৰকাৰৰ সংশ্লিষ্ট বিভাগক সুদৃষ্টি দিবলৈ কাতৰে অনুৰোধ জনাইছে ক্ষতিগ্ৰস্ত পৰিয়ালসমুহে ৷

byte..1+2. Victim family

PRADUNYA BHARALI , DHEMAJI , ETV BHARAT , ASSAM , 21/7/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.