দৰং, 12 ডিচেম্বৰ : ৰাজ্য সভাত কেব গৃহীত হোৱাৰ পিচতেই কেব সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ 'চৰকাৰৰ এই সিন্ধান্ত লজ্জাজনক ৷ ইমান জনজাগৰণ, আন্দোলনৰ পিচতো এই বিধেয়ক গৃহীত কৰি অসম চৰকাৰে চৰম অমানুষিকতাৰ পৰিচয় দিছে ৷ এই অপৰাধৰ বাবে এইখন চৰকাৰক কেতিয়াও ক্ষমা কৰা নহ'ব' বুলি উল্লেখ অভিনেত্ৰী গৰাকীৰ ৷
লগতে পঢ়ক: সদনৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ