ETV Bharat / state

বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান - বন সুৰক্ষা শিবিৰ

ধাৰাসাৰ বৰষুণৰ বাবে ধনশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ ওফন্দি উঠা বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে উদ্যানখন বন্যপ্ৰাণীৰ মাজত । যাৰ বাবে নিৰাপদ ওখ স্থান বিচাৰি ঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে । ইতিমধ্যে উদ্যানখনৰ 10 টা বন সুৰক্ষা শিবিৰ বানৰ পানীত ডুব গৈছে আৰু অন্য শিবিৰ সমূহ ডুব যোৱাৰ সম্ভাৱনাই দেখা দিছে ।

flood impacts on Orang national park
বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান
author img

By

Published : May 29, 2020, 6:03 PM IST

দলগাঁও,29মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানৰ ত্ৰাস ৷ দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পতো বানৰ সংহাৰ৷ধাৰাসাৰ বৰষুণৰ বাবে ধনশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ ওফন্দি উঠা বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে উদ্যানখন বন্যপ্ৰাণীৰ মাজত । যাৰ বাবে নিৰাপদ ওখ স্থান বিচাৰি ঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে ।

বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ইতিমধ্যে উদ্যানখনৰ 10 টা বন সুৰক্ষা শিবিৰ বানৰ পানীত ডুব গৈছে আৰু অন্য শিবিৰ সমূহ ডুব যোৱাৰ সম্ভাৱনাই দেখা দিছে । ইয়াকে লৈ এতিয়া বন্যপ্ৰাণীৰ লগতে বন সুৰক্ষা কৰ্মীসকল মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ।আনহাতে এনে পৰিস্থিতিত চোৰাংচিকাৰীয়ে যাতে উদ্যানখনত প্ৰবেশ কৰি গঁড় হত্যা কৰিব নোৱাৰে তাৰ বাবে টুলুঙা নাৱেৰেই নিজৰ কৰ্তব্যত ব্যস্ত হৈ আছে প্ৰতিগৰাকী বন সুৰক্ষাকৰ্মী ।

flood impacts on Orang national park
বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

লগতে পঢ়কঃলাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.