- দৰঙৰ দলগাঁৱত এনকাউণ্টাৰৰ ঘটনা (Encounter incident at Dalgaon)
- আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে চোৰাং চিকাৰীটোক ভৰিত গুলীয়াই
- চোৰাং চিকাৰীটোৰ ভৰিত গুলী লগাত আঘাতপ্ৰাপ্ত হয়
- চোৰাং চিকাৰীটোৰ নাম আব্দুল মতিন
- ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষত ধনশ্ৰী নৈৰ পাৰত এটা 303 ৰাইফল পুতি ৰখা বুলি কৈছিল
- আৰক্ষীয়ে নিশা তালাচী চলোৱাৰ সময়ত সুশীল বৰুৱা নামৰ ইউ বি চিপাহীজনক বুকুত ঘুচিয়াই আঘাতপ্ৰাপ্ত কৰে আব্দুলে
- চিকাৰীটো পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে
- আহত চোৰাং চিকাৰীটোক মঙলদৈ অসামৰিক হাস্পতালত ভৰ্তি কৰা হৈছে
- অসম আৰক্ষীয়ে আব্দুলক ধৰিবলৈ 5 লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিল
- দুৰ্ধৰ্ষ গঁড় চিকাৰী আব্দুল 14 ডিচেম্বৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰা এটা ৰাইফলৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল দৰং আৰক্ষীয়ে
Most Wanted criminal Encounter: দলগাঁৱত চোৰাং চিকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ - Most Wanted criminal Encounter
দৰঙৰ দলগাঁৱত এনকাউণ্টাৰৰ ঘটনা (Encounter incident at Dalgaon) ৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে চোৰাং চিকাৰী আব্দুল মতিনক ভৰিত গুলীয়াই আহত কৰে ৷

Most Wanted criminal Encounter: দলগাঁৱত চোৰাং চিকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ