ETV Bharat / state

নিযুক্তিৰ বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ এমজি এনৰেগা - নিযুক্তিৰ বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ এমজি এনৰেগা

দৰং গ্ৰামোন্নয়ন বিভাগত এম জি এনৰেগা আঁচনিৰ নামত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

CORRUPTION
author img

By

Published : Mar 16, 2019, 7:13 PM IST

দৰং,16 মাৰ্চ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ পাচতে এইবাৰ গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে অন্য এক দু্ৰ্নীতিৰ অভিযোগ ৷ দৰঙৰ গ্ৰামোন্নয়ন বিভাগত এম জি এনৰেগা আঁচনিত সাত কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

নিযুক্তিৰ বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ এমজি এনৰেগা

গাঁও সভাৰ প্ৰস্তাৱক গুৰুত্ব নিদি উৎকোচ লৈ কাৰিকৰী (TS) স্বীকৃতি আৰু প্ৰশাসনিক অনুমতি অবিহনে কোটি কোটি টকাৰ আঁচনিৰ অনুমোদন পত্ৰ বিলালে প্ৰকল্প সঞ্চালকে । অৱসৰলৈ মাত্ৰ কেইটামান দিন বাকী থকা দৰং জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গোলাম মোস্কাদিৰে উৎকোচ লৈ এটাৰ পিছত এটাকৈ প্ৰায় 7 কোটি টকাৰ 250 টা এনৰেগা আঁচনি মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁও পঞ্চায়তৰ জন প্ৰতিনিধিয়ে । একমাত্ৰ টকাৰ লোভত গাঁও সভাত অনুমোদন দিয়া আঁচনিক গুৰুত্ব নিদি অন্য আঁচনি সমূহ অনুমোদন দিয়াৰ লগতে কাৰিকৰী স্বীকৃতি আৰু প্ৰশাসনিক অনুমোদনৰ নোহোৱাকৈ নিজ খেয়াল খুচি মতে 2 লাখ টকীয়া আঁচনিক 5 লাখ টকা কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰিছে গাঁও পঞ্চায়তৰ জন প্ৰতিনিধিয়ে । অনিয়মৰ আশ্ৰয় লৈ বিজেপিৰ নিৰ্বাচনী খৰচ সংগ্ৰহ কৰাৰ অভিযোগ তুলি আন্দোলন মুখী হৈছে জনপ্ৰতিনিধি সকল ।

A_DARRANG_16MAR_801_802_M G N R G A
           【Ftp】
##দৰং গ্ৰামোন্নয়ন বিভাগত এম জি এনৰেগা আচনিৰ নামত ৭ কোটি টকাৰ দুৰ্নীতি ।
##  কাৰিকৰী স্বীকৃতি ও প্ৰশাসনিক অনুমতি অবিহনে বিলালে কোটি কোটি টকাৰ অনুমোদন পত্ৰ ।

Anchor===

শূন্য সহনশীলতাৰ  নীতি অবলম্বন  কৰা  বিজেপি চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে  দৰঙত । দৰঙৰ গ্ৰামোন্নয়ন বিভাগত এম জি এনৰেগা আঁচনিত সাত কোটি টকাৰ দুৰ্নীতি  সংঘটিত  হোৱাৰ গুৰুতৰ অভিযোগ । গাও সভাৰ প্ৰস্তাবক জলাঞ্জলি দি  কমিচন লৈ  কাৰিকৰী (TS) স্বীকৃতি আৰু প্ৰশাসনিক অনুমতি অবিহনে  কোটি কোটি টকাৰ আঁচনিৰ অনুমোদন পত্ৰ বিলালে প্ৰকল্প সঞ্চালকে । মাত্ৰ ১৫ দিন পিছত অৱসৰ গ্ৰহন কৰিবলৈ যোৱা দৰং জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গোলাম মোস্কাদিৰে  কমিচন লৈ এটাৰ পিছত এটাকৈ প্ৰায় ৭ কোটি টকাৰ ২৫০ টা এনৰেগা  আচনি মুকলি কৰি দিয়ে । একমাত্ৰ কমিচনৰ স্বাৰ্থত  গাও  সভাত অনুমোদন দিয়া আচনিক গুৰুত্ব নিদি অধিক কমিচন দিয়া আচনি সমূহ অনুমোদন দিয়াৰ লগতে   কাৰিকৰী স্বীকৃতি আৰু প্ৰশাসনিক অনুমোদনৰ নোহোৱাকৈ নিজ খেয়াল খুচি মতে ২ লাখ টকীয়া আঁচনিক  ৫ লাখ টকা কৰি কোটি কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন  জন প্ৰতিনিধিৰ । দুৰ্নীতি 
 অনিয়মৰ আশ্ৰয় লৈ  বিজেপিৰ নিৰ্বাচনী খৰচ সংগ্ৰহ কৰাৰ অভিযোগ তুলি আন্দোলন মুখী হৈছে জনপ্ৰতিনিধি সকল ।

Byte  _আঞ্জোৱাৰা বেগম
পূৱ মঙ্গলদৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী
 
এতিয়া প্ৰশ্ন হয় ১৫ দিন পিছত অৱসৰ গ্ৰহন কৰিবলৈ যোৱা বিষয়া গৰাকীক নাকি লগাব কোনে ? নে সাৰি যাব দুৰ্নীতিত লিপ্ত বিষয়া গৰাকী , সেয়া হব লক্ষ্যনীয় । 
Debabrat goswami . Darrang
Ftp
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.