ETV Bharat / state

২০২০ চনত হাগ্ৰামাৰ একনায়কত্ববাদৰ অৱসান ঘটিবঃ নৱ কুমাৰ শৰণীয়া - বিটিচি পৰিষদ

চিৰাঙত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০২০ চনত বিটিচি পৰিষদত নৱ শৰণীয়াৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ বিটিচিত চৰকাৰ গঠন কৰিব পাৰিলে বিটিচিৰ অনাবড়ো ৰাইজৰ সকলো সমস্যা নাইকিয়া হ'ব বুলিও মত প্ৰকাশ কৰে সাংসদগৰাকীয়ে

চিৰাঙৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ
author img

By

Published : Jun 12, 2019, 9:43 PM IST

চিৰাং, 12 জুনঃ দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত চিৰাঙৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেওঁশ্ৰী, নাগদলবাৰী আৰু ভূটীয়া পাৰাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০২০ চনত বিটিচি পৰিষদত নৱ শৰণীয়াৰ চৰকাৰ হ'ব বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

চিৰাঙৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ

লগতে তেওঁ উল্লেখ কৰে যে, হাগ্ৰামাৰ চৰকাৰ থকালৈকে বিটিচিৰ অবড়ো ৰাইজে মাটিৰ পট্টা, চৰকাৰী চাকৰি আৰু সম-অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব লাগিব । গতিকে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ চৰকাৰক বিদায় দি শৰণীয়াক চৰকাৰ গঠনত সহায় কৰা প্ৰয়োজন বুলিও উল্লেখ সাংসদ গৰাকীৰ । বিটিচিত চৰকাৰ গঠন কৰিব পাৰিলে বিটিচিৰ অনাবড়ো ৰাইজৰ সকলো সমস্যা নাইকিয়া হ'ব বুলি স্পষ্ট ভাৱে মত প্ৰকাশ কৰে সাংসদ শৰণীয়াই ।
লগতে পঢ়কঃ ছয়গাঁও কাণ্ড : প্ৰাক্তন বিধায়ক কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে

Slug : As_chg_12th jun_806 & 807_Chirang Mp Naba Sarania felicitation_viz & byt_Abdul Maleque Ahmed. 

Send by ftp. 

অহা ২০২০ত বিটিচি পৰিষদত নৱ শৰণীয়াৰ চৰকাৰ হব। দ্বিতীয় বাৰৰ বাবে  সাংসদ হিচাবে নিৰ্ব্বাচিত হোৱাৰ পিচত  চিৰাং জিলাৰ কেইখনমান সৰ্ম্বধণা অনুষ্ঠানত এইদৰে মন্তব্য কৰে ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেওঁশ্ৰী, নাগদলবাৰী আৰু ভুটীয়া পাৰাত অনুষ্টিত হোৱা একোখনকৈ সৰ্ম্বধনা অনুষ্ঠান অংশ গ্ৰহন কৰে সাংসদ জনে। অনুষ্ঠানত সাংসদ গৰাকীক ৰাইজে সৰ্ম্বধনা জনায় আৰু তাৰ পিছতেই একোখনকৈ ফুলাম গামোচাৰে গাওঁবুঢ়া সকলক সৰ্ম্বধনা জনায় সাংসদ গৰাকীয়ে। এই সম্বৰ্ধনা সভাতে সাংসদ গৰাকীয়ে অহা২০২০ত বিটিচিৰ পৰিষদ দখল কৰিব বুলি হুংকাৰ দিয়ে। তেওঁ উল্লেখ কৰে যে, হাগ্ৰামা চৰকাৰ থকালৈকে বিটিচিৰ অবড়ো ৰাইজে মাটিৰ পট্টা, চৰকাৰী চাকৰি আৰু সম-অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব লাগিব। গতিকে এইবাৰেই সুযোগ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ চৰকাৰক বিদায় দিয়াৰ এই বুলি মন্তব্য সাংসদ গৰাকীৰ। সাংবাদিকৰ এক প্ৰশ্নত শৰণীয়াই কয় যে, এইবাৰ পৰিষদীয় ৰ্নিবাচনত ২৯ খন আসন লাভেৰে পৰিষদত চৰকাৰ গঠন কৰিব বুলি মন্তব্য শৰণীয়াৰ। বিটিচিত আমি চৰকাৰ গঠন কৰিব পাৰিলে বিটিচিৰ অনাবড়ো ৰাইজৰ সকলো সমস্যা আতৰ হব বুলি স্পষ্ট ভাৱে মত প্ৰকাশ কৰে সাংসদ শৰণীয়াই। কাৰণ হাগ্ৰামা চৰকাৰে একনায়কত্ববাদ ৰাজনীতিৰে চৰকাৰ চলাই আছে গতিকে হাগ্ৰামাৰ এনে শাসন ব্যৱস্থাৰ সমাপ্তি ঘটিব ২০২০ চনত কেৱল অপেক্ষা ২০২০ লৈ।

বাইট : নৱ শৰনীয়া, সাংসদ কোকৰাঝাৰ লোক সভা সমষ্টী ।

 চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.