ETV Bharat / state

কেনেদৰে চলিছে চিৰাঙত যাতায়ত? - assam news

অঞ্চলটোত বাট-পথ নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন-নিবেদন কৰি আহিছে যদিও আজিকোপতি জনসাধাৰণক ওজৰ-আপত্তি শুনিবলৈ আহৰি পোৱা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত মৰণক শৰণ দি যাতায়ত কৰিবলৈ বাধ্য চিৰাঙবাসী
author img

By

Published : Jun 6, 2019, 3:20 PM IST

চিৰাং, 6 জুন : চিৰাং জিলাৰ আমগুৰিৰ টাকলাই নৈপৰীয়া ১৫ খন গাঁওৰ লোকৰ যাতায়ৰ বাবে নাই কোনো সুগম পথ৷

বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত মৰণক শৰণ দি যাতায়ত কৰিবলৈ বাধ্য চিৰাঙবাসী

বাৰিষা অহাৰ লগে লগে ভৰা নৈত নাৱেৰে যাতায়ত কৰিবলৈ বাধ্য হয় জনসাধাৰণ ৷ কিন্তু খৰস্ৰোতা নদীৰ পানী বৃদ্ধিপোৱাৰ লগে লগে বন্ধ হৈ পৰে নাও যাতায়তো ৷ যাৰ ফলত ৫/২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ভৱানীপুৰৰ দলঙেৰে পৰা হ'বলগীয়া হয় জনসাধাৰণ ৷ অঞ্চলটোত বাট-পথ নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন-নিবেদন কৰি আহিছে যদিও আজিকোপতি জনসাধাৰণক ওজৰ-আপত্তি শুনিবলৈ আহৰি পোৱা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

Slug : As_Chg_6th jun_802 & 803_Chirang critical communication of riverian areas_viz & byt_Abdul Maleque Ahmed.

Send by ftp. 

 চিৰাং জিলাৰ নদীপৰীয়া অঞ্চলৰ যাতায়াতৰ দুৰ্ভোগৰ দৃশ্য এয়া। জিলাখনৰ আমগুৰীৰ টাকলাই নদী পাৰ হোৱাৰ দৃশ্য এয়া । এইদৰেই নদীৰ সিপাৰৰ প্ৰায় ১৫ খন গাঁওৰ লোকে যাতায়াত কৰিবলগীয়া হয় নিতৌ । বাৰিষাৰ বতৰত জমৰ যাতনা ভূগিব লগীয়া হয় অঞ্চল বাসীৰ । বাৰিষা অহাৰ লগে লগে সাগৰ সদৃশ হৈ পৰে সমগ্ৰ অঞ্চল তেতিয়া নাওয়েৰে চলাচল কৰে যদিও খৰস্ৰোতা নদীৰ পানী বৃদ্ধিপোৱাৰ লগে লগে নাওৰ চলাচল বন্ধ হৈ পৰে আৰু তেতিয়া ১৫/২০ কিলোমিটাৰ পথ অতিক্ৰমি ভৱানিপুৰৰ দলঙেৰে হে যাতায়াত কৰিবলগীয়া হয় । যত যাতায়াতৰ বাবে নাই কোনো পথ । চিৰাং জিলাৰ বিজনী বিধান সভা সমষ্টীৰ অন্তৰ্গত এই সমুহ অঞ্চলৰ যতায়াতৰ ব্যৱস্থাৰ উন্নতি কেতিয়া হব সেয়া যেন সাথৰ । কেৱল এইখন নদীয়েই নহয় ইয়াৰ সিটোপাৰৰ অলপ দুৰতে আছে মাক্ৰা নদী । দুয়োটা একে পৰ্য্যায়ৰ নদী । স্বাধীনতাৰ ৭২ বছৰৰ পিচতো এয়াই উন্নয়নৰ নমুনা চিৰাং জিলাৰ তথা মডেল বিটিচিৰ । 

বাইট : পুৰুষ,মহিলা পথচাৰী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.