ETV Bharat / state

মডেল বিটিচিৰ প্ৰকৃত ৰূপঃ এজাক বৰষুণতেই বন্ধ যাতায়ত

author img

By

Published : Apr 2, 2019, 11:02 AM IST

দীৰ্ঘদিনীয়া দাবী আৰু আশ্বাসৰ পাচত পথছোৱাত তিনিটা কাৰ্ভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও ৰ পাচৰ বছৰেই বানপানীয়ে ভাঙি নিয়ে দলংকেইখন । দুবছৰ পূৰ্বে ভূটানৰ পাহাৰৰ পৰা নামি অহা তীব্ৰবেগী পানীয়ে বিনষ্ট কৰা পথচোৱাৰ বাবে বাৰিষাৰ বতৰত উপায়হীন হৈ পৰে প্ৰায় চাৰি-পাঁচখন গাঁৱৰ লোক ।

মডেল বিটিচি: এজাক বৰষুণতেই বন্ধ যাতায়ত

চিৰাং,2 এপ্ৰিল : স্বাধীনতাৰ 7 টা দশকৰ পাচতো উন্নয়নৰ মুখ নেদেখা চিৰাং জিলাৰ এটা অঞ্চল ৷ যাতায়াতৰ প্ৰধান পথচোৱাৰ বাবে এতিয়া হাহাকাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি হাতিসাৰ অঞ্চলবাসীৰ ৷

মডেল বিটিচি: এজাক বৰষুণতেই বন্ধ যাতায়ত

দীৰ্ঘদিনীয়া দাবী আৰু আশ্বাসৰ পাচত পথছোৱাত তিনিটা কাৰ্ভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও ৰ পাচৰ বছৰেই বানপানীয়ে ভাঙি নিয়ে দলংকেইখন । দুবছৰ পূৰ্বে ভূটানৰ পাহাৰৰ পৰা নামি অহা তীব্ৰবেগী পানীয়ে বিনষ্ট কৰা পথচোৱাৰ বাবে বাৰিষাৰ বতৰত উপায়হীন হৈ পৰে প্ৰায় চাৰি-পাঁচখন গাঁৱৰ লোক। তীব্ৰবেগী পানীৰ সোঁতত নদী পাৰ হোৱা অসম্ভৱ হৈ পৰে গাঁওবাসীৰ । কিন্তু ইয়াৰ পাচতো কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই চৰকাৰ তথা বিটিচি কৰ্তৃপক্ষৰ ।

Intro:চিৰাং জিলাৰ উন্নয়নৰ মুখ নেদেখা এটা অঞ্চলৰ দৃশ‍্য । এয়া জিলা খনৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি হাতিসাৰ অঞ্চলৰ যাতায়াতৰ প্ৰধান পথচোৱাৰ দৃশ‍্য । দীৰ্ঘদিনীয়া দাবী আৰু আশ্বাসৰ পিচত পথচোৱাত তিনিটা কাৰ্লভাৰ্ট দলং হৈছিল যদিও বনোৱাৰ পিচৰ বছৰেই বানপানীয়ে ভাঙি দিয়ে। ভূটানৰ পাহাৰৰ পৰা নামি অহা তিব্ৰবেগী পানীৰ কোবাল সোঁতে এই ধৰনৰ অৱস্থা কৰিছে যোৱা দুবছৰ পুৰ্ব্বে কিন্ত আজিও পথচোৱা তেনেদৰেই আছে। যেন অঞ্চলটো কোনো চৰকাৰৰ অধিনতে নপৰে । বাৰিষাৰ বতৰত এই পথচোৱাৰ বাবে পনবন্দি হৈ পৰে প্ৰায় চাৰি/পাঁচখন গাঁওৰ লোক সকল। অঞ্চলটোৰ ইপিনেও নদী সিপিনেও নদী । গতিকে তিব্ৰ বেগি পানীৰ সোঁতৰ বাবে নদী পাৰাপাৰ হোৱা অসম্ভৱ হৈ পৰে । ইয়াৰ পিচতো কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই চৰকাৰ তথা বিটিচি কতৃপক্ষৰ । স্থানীয় লোক সকলৰ মুখেৰেই শুনক কি কয় তেওঁ লোকে ।

বাইট : স্থানীয় লোকৰ বাইট আৰু পিটিচি দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : স্থানীয় লোকৰ বাইট আৰু পিটিচি দিলো ।

Conclusion:কোনো চৰকাৰেই গুৰুত্ব প্ৰদান নকৰে অঞ্চলটোৰ উন্নয়নত এনেকি বৰ্তমানৰ পৰিৱৰ্তনৰ শ্লোগানত অসমত চৰকাৰ গঠন কৰা সকলেও।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.