ETV Bharat / state

'নিয়া'ৰ মষ্ট ৱান্টেড এনডিএফবি(এছ)ৰ সদস্য গ্ৰেপ্তাৰ

author img

By

Published : Sep 9, 2019, 2:21 PM IST

চিৰাং জিলাৰ ৰুনিখাতাত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ এনডিএফবি(এছ)ৰ মষ্ট ৱান্টেড সদস্য ৷ মষ্ট ৱান্টেড সদস্যজন কামাখ্যা দৈমাৰী ওৰফে খৌনছোং ৷

'নিয়া'ৰ মষ্ট ৱান্টেড এনডিএফবি(ছা) ৰ সদস্য গ্ৰেপ্তাৰ

চিৰাং, 9 ছেপ্তেম্বৰ :

  • সেনা-আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ এনডিএফবি(এছ) ৰ মষ্ট ৱান্টেড সদস্য
  • চিৰাং জিলাৰ ৰুনিখাতাত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ সদস্যজন
  • 2014 চনৰ পৰা আদিবাসী হত্যাৰে জড়িত আছিল দুৰ্ধৰ্ষ সদস্যজন
    কামাখ্যা দৈমাৰী ওৰফে খৌনছোং
    'নিয়া'ৰ মষ্ট ৱান্টেড এনডিএফবি(ছা) ৰ সদস্য গ্ৰেপ্তাৰ
  • ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ (নিয়া)ৰ মষ্ট ৱান্টেড সদস্যজন কামাখ্যা দৈমাৰী ওৰফে খৌনছোং
  • 2015 চনৰ আগষ্টত গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল
  • কাৰাগাৰৰ পৰা আদালতলৈ নিয়া অৱস্থাত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিছিল খৌনছোঙে
    কামাখ্যা দৈমাৰী ওৰফে খৌনছোং
    'নিয়া'ৰ মষ্ট ৱান্টেড এনডিএফবি(ছা) ৰ সদস্য গ্ৰেপ্তাৰ
  • ইয়াৰ পাছতে পুনৰ এনডিএফবি(এছ) ত যোগদান কৰি ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ কৰি আহিছিল
  • সদস্যজনৰ পৰা এটা পিষ্টল আৰু চাৰিজাই সজীৱ গুলীৰ সৈতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ
  • সদস্যজনক সোমবাৰে আদালতত উপস্থিত কৰাই ন্যায়িক জিম্মাত বিচাৰিব আৰক্ষীয়ে
  • এই গ্ৰেপ্তাৰৰ পাছতে মোক্ষম আঘাত পৰিল এনডিএফবি(এছ)ৰ চাউনীত

Intro:সেনা-আৰক্ষীৰ অভিযানত মাৰনাস্ত্ৰ সহ নিয়াৰ মষ্ট ৱানটেড এন ডি এফ বি(ছা) সদস্যক গ্ৰেপ্তাৰ চিৰাঙত ।

Body:চিৰাং জিলাৰ ৰুনিখাতাত নিশা সেনা-আৰক্ষীৰ অভিযানত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ এন ডি এফ বি (ছা)ৰ সদস্য । ২০১৪ চনৰ আদীবাসী হত্যাত জড়িত এই জন দুৰ্ধৰ্ষ সদস্য দীৰ্ঘদিনৰ পৰা নিয়াৰ মষ্টৱান্টেড আছিল । গ্ৰেপ্তাৰ সদস্য জনৰ নাম কামাখ্যা দৈমাৰী ওৰফে খৌনছোং । ২০১৫ চনৰ আগষ্ট মাহত গ্ৰেপ্তাৰ হৈছিল আৰু গুৱাহাটীৰ চেন্ট্ৰেল জেললৈ প্ৰেৰন কৰিছিল । কিন্ত জেলৰ পৰা নিয়াৰ আদালতত অনা অৱস্থাত ২০১৮ চনৰ ২৫ এপ্ৰিলত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিছিল এইজন সদস্য। তাৰ পিচত পুনৰ এন ডি এফ বি (ছা)ত যোগদান কৰি ৰাষ্ট্ৰ বিৰোধী কাৰ্য্যকলাপত জড়িত হৈ পৰিছিল । বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত সেনা-আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা চিৰাঙৰ ৰুনিখাতাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ সদস্য জনৰ পৰা এটা পিস্থল,চাৰিজাই সজিৱ গুলি সহ বহু গুৰুত্বপুৰ্ণ নথি পত্ৰ জব্দ কৰিছে সেনা-আৰক্ষীয়ে । চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ দিঙে জনায় যে সদস্য জনক আজি আদালতত উপস্থিত কৰাই ন্যায়িক জিম্মাত বিচাৰিব আৰক্ষীয়ে ।

বাইট : সুধাকৰ সিং,আৰক্ষী অধিক্ষক চিৰাং ।

Conclusion:যোৱা কিছুদিনৰ পৰা চিৰাং জিলাত পুনৰ এন ডি এফ বি(ছা)ৰ তৎপৰতা পৰিলক্ষিত হৈছে । ঠায়ে ঠায়ে ধন দাবী আৰু সদস্য ভৰ্তি অভিযানো চলাইছে সংগঠনটোৱে । আজিৰ এই গ্ৰেপ্তাৰৰ পিচত মোক্ষম আঘাত পৰিল সংগঠনটোত ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.