ETV Bharat / state

চন্দন ব্ৰহ্মই এইবাৰ নিৰ্বাচনত ২০-২৫ কোটি টকা খৰছ কৰিব:প্ৰমোদ বড়ো

author img

By

Published : Mar 25, 2021, 1:18 PM IST

বুধবাৰে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ কদমতলীত ইউপিপিএল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷ প্ৰথমে হোটেল হিমালয়ত প্ৰায় ডেৰ ঘন্টাৰো অধিক সময় এক দলীয় সভাত অংশ লয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত ৩১ নং চিদলী বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশ লয় প্ৰমোদ বড়োয়ে ৷

চন্দন ব্ৰহ্মই এইবাৰ নিৰ্বাচনত ২০-২৫কোটি টকা খৰছ কৰিব:প্ৰমোদ বড়ো

চিৰাঙ,25 মাৰ্চ: বুধবাৰে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ কদমতলীত ইউপিপিএল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷ প্ৰথমে হোটেল হিমালয়ত প্ৰায় ডেৰ ঘন্টাৰো অধিক সময় এক দলীয় সভাত অংশ লয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত ৩১ নং চিদলী বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশ লয় প্ৰমোদ বড়োয়ে ৷

এই নিৰ্বাচনী সভাত অংশ লৈ প্ৰমোদ বড়োয়ে কটাক্ষ কৰিলে চন্দন ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰীক ৷ চন্দন ব্ৰহ্মই এইবাৰ নিৰ্বাচনত ২০-২৫ কোটি টকা খৰছ কৰিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে ৷ ইফালে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী বিটিচিৰ চীফ হৈ ইমান দিনে বিটিচি খনকে ধ্বংস কৰি দিলে আৰু মুখ্যমন্ত্ৰী হ’লে অসম খন কত থাকিব বুলিও কটাক্ষ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

লগতে পঢ়ক: পাটোৱাৰী উদ্ধাৰ অভিযানৰ বাবে শুকুৰবাৰে আহি আছে গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.