ETV Bharat / state

চিৰাঙত উদ্ধাৰ দুষ্প্ৰাপ‍্য দুৰা কাছ

কিশোৰী এগৰাকীয়ে ধৰি বন বিভাগক গতাই দিয়ে কাছটো । বন বিভাগে কাছটো উদ্ধাৰ কৰি আনি মানাহ ৰাষ্ট্ৰীয় উদ‍্যান অঞ্চলত এৰি দিব বুলি জনাইছে ।

চিৰাঙত দুৰা কাছ উদ্ধাৰ
চিৰাঙত দুৰা কাছ উদ্ধাৰ
author img

By

Published : Jul 3, 2020, 10:24 PM IST

চিৰাং, 3 জুলাইঃ বৃহস্পতিবাৰে চিৰাঙত দুষ্প্ৰাপ‍্য দুৰা কাছ উদ্ধাৰ হয় । জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ বেতেনীত বাটেৰে গৈ থকা অৱস্থাত এজনী কিশোৰীয়ে কাছটো পথৰ কাষেৰে গৈ থকা অৱস্থাত প্ৰত‍্যক্ষ কৰি কাছটো ধৰে । তাৰ পিচতে বন বিভাগক গতাই দিয়ে কাছটো । বন বিভাগে কাছটো উদ্ধাৰ কৰি আনি মানাহ ৰাষ্ট্ৰীয় উদ‍্যান অঞ্চলত এৰি দিব বুলি জনায় চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।

চিৰাঙত উদ্ধাৰ দুষ্প্ৰাপ‍্য দুৰা কাছ

লগতে পঢ়ক : 17 বছৰ পিছত টিনপাতৰ চালিৰ তললৈ দিলীপ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.