ETV Bharat / state

'চলো পাল্টাই' শেহতীয়াকৈ সৃষ্টি কৰিছে নতুন বিৰ্তকৰ - chirang

ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে বহি:ৰাজ্যৰ পৰাই অসমত অশান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ ৰচিছে তথাকথিত স্বয়ম্ভু বঙালী নেতাই ।

'চলো পাল্টাই' শেহতীয়াকৈ সৃষ্টি কৰিছে নতুন বিৰ্তকৰ
author img

By

Published : May 31, 2019, 12:02 AM IST

চিৰাং,৩০ মে' : 'চলো পাল্টাই' শেহতীয়াকৈ অসমত নতুন বিৰ্তকৰ সূচনা কৰিছে । ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ভাৱে বহি:ৰাজ্যত বহিয়ে অসমত অশান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ ৰচিছে তথাকথিত স্বয়ম্ভু বঙালী নেতাই । বৰ্তমান দিল্লীত থকা কলিকতাৰ চন্দন চেৰ্টাজী ,গুৱাহাটীৰ শান্তনু মুখাৰ্জী, লগতে কলিকতাৰ গাৰ্গী চেৰ্টাজী এই তিনিওজনে দিল্লীৰ পৰাই অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে । ভাষাৰ নামত অসমত বিভাজনৰ সৃষ্টিৰ চেষ্টা চলাইছে । এই তিনিজন স্বয়ম্ভু নেতাই দিল্লীত বহি সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে লাইভ কৰিছিল ২০ মে' তাৰিখে । বৃহস্পতিবাৰে সেই সকল স্বয়ম্ভু নেতাৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন । লগতে ভাষাক লৈ শান্তিৰ অসমত অশান্তিৰ সৃষ্টি কৰিলে বিষম পৰিস্থিতি হ'ব বুলিও সংগঠনটোৱে সকিয়াই দিয়ে ।

Intro:"চলো পাল্টাই" শেষতীয়াকৈ অসমত সৃষ্টী কৰিছে এক নতুন বিতৰ্কৰ। ৰাজনৈতিক উদ্দেশ‍্যপ্ৰনোদিত ভাৱে বহি:ৰাজ‍্যত বহিয়ে অসমত অশান্তি বিয়পোৱাৰ ষঢ়যন্ত্ৰ ৰচিছে তথাকথিত ষয়ম্ভু বঙালী নেতাই । কলিকতাৰ চন্দন চ‍্যাটাৰ্জি যি জন এতিয়া দিল্লীত থাকে,গুৱাহাটীৰ শান্তনু মুখাৰ্জি, যোৱা লোকসভা নিৰ্ব্বাচনত বৰপেটা লোকসভা সমষ্টীৰ প্ৰাৰ্থী আছিল ভাৰতীয় গণপৰিষদ দলৰ,লগতে কলিকতাৰ গাৰ্গী চ‍্যাটাৰ্জি এই তিনিজনে দিল্লীৰ বিলাসী হোটেলৰ শীত তাপ নিয়ন্ত্ৰিত কক্ষত বহি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে । ভাষাৰ নামত অসমত বিভাজনৰ সৃষ্টিৰ চেষ্টা চলাইছে । এই তিনিজন ষয়ম্ভু নেতাই দিল্লীত বহি সামাজিক মাধ‍্যম ফেচবুকৰ জড়িয়তে লাইভ কৰিছিল ২০ মে তাৰিখে । আজি সেই সকল ষয়ম্ভু নেতাৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে । ফেডাৰেচনৰ সাধাৰণ সম্পাদক সম্ৰাট ভাউয়ালে আজি নিজৰ প্ৰতিক্ৰীয়া ব‍্যাক্ত কৰে এইদৰে .......

বাইট : সম্ৰাট ভাউয়াল, সাধাৰণ সম্পাদক, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন। লগতে দিলো পিটিচি।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : সম্ৰাট ভাউয়াল, সাধাৰণ সম্পাদক, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন। লগতে দিলো পিটিচি।

Conclusion:ভাষা লৈ শান্তিৰ অসমত অশান্তিৰ সৃষ্টী কৰিলে বিষম পৰিস্থিতি হব বুলিও সকিয়াই দিয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.