ETV Bharat / state

চাকৰিৰ প্ৰলোভনেৰে ধন লুটঃ গুৱাহাটীত গ্ৰেপ্তাৰ প্ৰৱঞ্চক - প্ৰৱঞ্চক নুৰুল ইছলাম লষ্কৰ

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আব্দুল ৰাহিম, আমিৰ আলী, ৰাহদীল্লা আনছাৰী, ইমৰণ হুছেইন, আতৱাৰ ৰহমান, ফাৰুক সোচ্চাইনৰ লগতে কেইবাগৰাকীও যুৱকে ধন লোৱাৰ সন্দৰ্ভত নুৰুলৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷ প্ৰত্যেকগৰাকী যুৱকৰ পৰা 50-60 হাজাৰ টকা লোৱাৰ বুলিও প্ৰকাশ কৰে যুৱককেইগৰাকীয়ে ৷

etv bharat
author img

By

Published : Jun 1, 2019, 6:20 PM IST

গুৱাহাটী, 1 মে’: শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ পৰা আটক কৰে নুৰুল ইছলাম লস্কৰ নামৰ এটা প্ৰৱঞ্চকক ৷ আৰৱত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চকটোৱে নিৱনুৱা যুৱকৰ পৰা লুটি আহিছিল বৃহৎ পৰিমাণৰ ধন ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আব্দুল ৰাহিম, আমিৰ আলী, ৰাহদীল্লা আনছাৰী, ইমৰণ হুছেইন, আতৱাৰ ৰহমান, ফাৰুক সোচ্চাইনৰ লগতে কেইবাগৰাকীও যুৱকে ধন লোৱাৰ সন্দৰ্ভত নুৰুলৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷ প্ৰত্যেকগৰাকী যুৱকৰ পৰা 50-60 হাজাৰ টকা লোৱাৰ বুলিও প্ৰকাশ কৰে যুৱককেইগৰাকীয়ে ৷

চাকৰি নামত ধন লৈ ৰঙাঘৰৰ আলহী হ’ল এটা প্ৰৱঞ্চক

আব্দুল ৰাহিমৰ দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে নুৰুল ইছলাম লস্কৰক শুকুৰবাৰে আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 1623/2019 430/406 নং এটা গোচৰ ৰুজু কৰে ৷

Intro:গুৱাহাটীত প্ৰৱঞ্চকক নুৰুল ইছলাম লষ্কৰ গ্ৰেপ্তাৰ।

Body:নুৰুল ইছলাম লষ্কৰ নামৰ প্ৰৱঞ্চকক দিছপুৰ আৰক্ষীয়ে গুৱাহাটীৰ ছুপৰ মাৰ্কেটৰ পৰা শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ পৰা জানিব পৰা মতে নুৰুল ইছলাম লষ্কৰ চৌদি আৰৱত চাকৰি দিয়াৰ নামত আব্দুল ৰাহিম, আমিৰ আলী, ৰাহদীল্লা আনছাৰী, ইমৰণ হুছেইন, আতৱাৰ ৰহমান, ফাৰুক সোচ্চাইনসহ বহুত নিবনুৱা যুৱকৰ পৰা ৫০-৬০ হাজাৰ টকাকৈ লৈছিল। টকা লোৱা ৰ পৰাই নুৰুল ইছলাম লষ্কৰ পালতক হৈ আছিল। আব্দুল ৰাহিমৰ দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে নুৰুল ইছলাম লষ্কৰক গুৱাহাটীৰ ছুপৰ মাৰ্কেটৰ পৰা গ্ৰেপ্তাৰ কৰে। এই সম্পৰ্কে দিছপুৰ আৰক্ষীয়ে 1623/2019 430/406 IPC ত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.