ETV Bharat / state

ডুমডুমাত চুলাই বিৰুদ্ধ সজাগতা সভা - liquor

চাহ বাগিছা অঞ্চলত অবৈধ চুলাই মদৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ উদ্যেশ্যেৰে এই সজাগত সভাখন আয়োজন কৰা বুলিও মন্তব্য কৰে উদ্যোগতাসকলে

dumduma
author img

By

Published : Mar 7, 2019, 9:51 PM IST

তিনিচুকীয়া, ৭ মাৰ্চঃ ডুমডুমাৰ লাইনা চাহ বাগিছাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বিষাক্ত চুলাই মদৰ বিৰুদ্ধে সজাগতা সভা

। অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ তালাপ শাখা, অসম চাহ মজদুৰ সংঘৰ লাইনা শাখা আৰু লাইনা চাহ বাগিছা যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভা । লাইনা চাহ বাগিছা খেলপথাৰত অনুষ্ঠিত হোৱা এই সজাগতা সভাখনত বৃহত্বৰ অঞ্চলটো বহুসংখক পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে । চৰকাৰ প্ৰসাশনৰ লগতে একাংশ অসাধু ব্যৱসায়ীৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত চাহ বাগিছা অঞ্চলসমূহত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়ী চলা বুলি অভিযোগ উত্থাপন কৰে উদ্যোগতাসকলে । আনহাতে, চাহ বাগিছা অঞ্চলত অবৈধ চুলাই মদৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ উদ্যেশ্যেৰে এই সজাগত সভাখন আয়োজন কৰা বুলিও মন্তব্য কৰে উদ্যোগতাসকলে ।

Intro:ডুমডুমাৰ লাইনা চাহ বাগিছাত বিষাক্ত চুলাই মদৰ বিৰুদ্ধে সজাগতা সভা

ডুমডুমাৰ লাইনা চাহ বাগিছাত আজি বিষাক্ত চুলাই মদৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয় । এই সজাগতা সভাখন অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ তালাপ শাখা, অসম চাহ মজদুৰ সংঘৰ লাইনা শাখা আৰু লাইনা চাহ বাগিছা যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হয় । লাইনা চাহ বাগিছা খেলপথাৰত অনুষ্ঠিত হোৱা এই সজাগতা সভাখনত বৃহত্বৰ অঞ্চলটো বহুসংখক পুৰুষ-মহিলাই অংশ লয় । চৰকাৰ প্ৰসাশনৰ লগতে একাংশ অসাধু ব্যৱসায়ীৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত চাহ বাগিছা অঞ্চলসমূহত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়ী চলা বুলি অভিযোগ উত্থাপন কৰে । চাহ বাগিছা অঞ্চলত অবৈধ চুলাই মদৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ উদ্যেশ্যেৰে এই সজাগত সভাখন আয়োজন কৰা বুলি উদ্যোগতাসকলে জনাই ।Body:BYET:- উদ্যোগতাConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.