ETV Bharat / state

দিছপুৰত বিদ্যালয়ত ১৭৮ বিপৰীতে দুজন শিক্ষক - ETV bharat assam

পাঁচটাকৈ শ্ৰেণী থকা বিদ্যালয়ত মাত্ৰ দুজন শিক্ষকৰে পাঠদান

dispur
author img

By

Published : Feb 27, 2019, 11:48 AM IST

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰীঃ মহানগৰীৰ পৰা ২০ কিলোমিটাৰ নিলগত দিছপুৰ সমষ্টিৰ অন্তৰ্গত তামুলীকুছি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা । বিদ্যালয়খনত ১৭৮ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ দুজন শিক্ষকে কৰি আহিছে শিক্ষাদান । পাঁচটাকৈ শ্ৰেণী থকা বিদ্যালয়ত মাত্ৰ দুজন শিক্ষকৰে পাঠদান কৰি আহিছে । যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বিদ্যালয়খনৰ দুই শিক্ষক । শিক্ষকৰ অভাৱত বিভিন্ন সময়ত পাঠদানৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ অহা প্ৰধান শিক্ষকে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰে যদিও বৰ্তমান পৰ্যন্ত লাভ কৰা নাই কোনো সুবিধা ।

Intro:দিছপুৰ সমষ্টিত ১৭৮ ছাত্র ছাত্ৰীৰ শিক্ষাদানৰ বাবে দুজন শিক্ষক।

Body:গুৱাহাটী মহানগৰীৰ পৰা মাথোঁ ২০ কেলেমিটাৰ নিলগত অৱস্থিত দিছপুৰ সমষ্টিৰ অন্তৰ্গত তামুলীকুছি প্ৰাথমিক বিদ্যালয়ত ১৭৮ ছাত্র ছাত্ৰীক মাত্ৰ দুজন শিক্ষকে শিক্ষাদানৰ কৰে । তামুলীকুছি প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকে কয় আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১৭৮ জন। এই বিদ্যালয়ত সমস্যা বহুত । দুজন শিক্ষাকে শিক্ষাদানৰ লগতে সকলে খিনি কাম কৰিবলগীয়া হৈছে। এই বিদ্যালয়খনৰ মুখ্য সমস্যা শিক্ষাকৰ অভাৱ, ১৭৮ ছাত্র ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক পাঁচটাকৈ শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছে।

Byte 1 প্রধান শিক্ষক

Conclusion:বিদ্যালয় খনত শিক্ষকৰ অভাৱ দেখি তামুলীকুছি গাওঁৰ এগৰাকী শিক্ষিত মহিলা বিদ্যালয়খনত পাঠদান কৰায়।

Byte 2

Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.