- কাছাৰৰ বৰখলাত যুৱতীৰ আত্মহত্যা
- মৃত যুৱতীৰ গৰাকীৰ নাম সুনিতা বাগদি
- ফুলৰ গছত চিপ লগাই আত্মহত্যা কৰে যুৱতীগৰাকীয়ে
- ঘৰৰ ওচৰতে সংঘটিত কৰে এই ঘটনা
- স্থানীয়লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক
- মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
- জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ
কাছাৰত চিপলৈ আত্মহত্যা যুৱতীৰ - চিপ
কাছাৰৰ বৰখলাত যুৱতীৰ আত্মহত্যা ৷
চিপ লগাই আত্মহত্যা যুৱতীৰ
- কাছাৰৰ বৰখলাত যুৱতীৰ আত্মহত্যা
- মৃত যুৱতীৰ গৰাকীৰ নাম সুনিতা বাগদি
- ফুলৰ গছত চিপ লগাই আত্মহত্যা কৰে যুৱতীগৰাকীয়ে
- ঘৰৰ ওচৰতে সংঘটিত কৰে এই ঘটনা
- স্থানীয়লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক
- মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
- জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ
Intro:Body:কাছাৰত বৰখলাত সমষ্টিৰ বালাছৰা এগৰাকী যুবতীৰ আত্মহত্যা ৷নিহত যুবতীৰ গৰাকীৰ নাম সুনিতা বাগদি (১৮) ৷ জানিব পৰা মতে সোমবাৰ দুপৰিয়া নজিৰ ঘৰৰ কাকত এটা ফুলৰ গছত উৰ্না কাপোৰদি ডিঙিত লগাই আত্মহত্যা কৰে ৷পিছত স্থানীয় লোকে গাছত ঝুলি থকাত অবস্থাত দেখি আৰক্ষী খবৰ দিলে৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে৷Conclusion: