কাছাৰ, 16 আগষ্টঃ কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটিগৰা ভেটেৰিনাৰি গাঁৱলৈ যোৱা পথটো বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে বৰ্তমান প্ৰায় অচল অৱস্থা ৷ এমজিএনৰেগাৰ অধীনত পঁচিশ লক্ষ টকা অনুমোদন দিয়া হৈছিল যদিও সেই সময়ৰ পঞ্চায়ত সমিতিয়ে তিনি চাৰি ট্ৰাক মাটি পেলাই পথটো অধিক বোকাময় কৰা বুলিহে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । বোকাময় পথেদি স্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰোগীৰ বাবে যাতায়ত কৰাটো অত্যন্ত কঠিন হৈ পৰিছে ৷
কাটিগৰাত বিধ্বস্ত গ্ৰাম্য যাতায়ত ! - Katigarah
বোকাময় পথেদি স্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰোগীৰ বাবে যাতায়ত কৰাটো অত্যন্ত কঠিন হৈ পৰিছে ৷
কাটিগৰাৰ এটি বিধ্বস্ত গ্ৰাম্য পথত দুৰ্বিহসহ হৈ পৰিছে যাতায়ত
কাছাৰ, 16 আগষ্টঃ কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটিগৰা ভেটেৰিনাৰি গাঁৱলৈ যোৱা পথটো বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে বৰ্তমান প্ৰায় অচল অৱস্থা ৷ এমজিএনৰেগাৰ অধীনত পঁচিশ লক্ষ টকা অনুমোদন দিয়া হৈছিল যদিও সেই সময়ৰ পঞ্চায়ত সমিতিয়ে তিনি চাৰি ট্ৰাক মাটি পেলাই পথটো অধিক বোকাময় কৰা বুলিহে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । বোকাময় পথেদি স্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰোগীৰ বাবে যাতায়ত কৰাটো অত্যন্ত কঠিন হৈ পৰিছে ৷
Intro:NEWS Silchar 16August..
কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটিগৰা ভেটেৰিনাৰি যি গাঁৱলৈ যোৱাৰ আলিপথ আছে সংস্কাৰৰ অভাৱত আজি পথটো অচল হৈ পৰিছে /।Body:NEWS Silchar 16August.. কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটিগৰা ভেটেৰিনাৰি যি গাঁৱলৈ যোৱাৰ আলিপথ আছে সংস্কাৰৰ অভাৱত আজি পথটো অচল হৈ পৰিছে /। এমজিএনৰেগাৰ অধীনত পচিশ লক্ষ টকা অনুমোদন দিয়া হ'লেও তেতিয়াৰ পঞ্চায়েত তিনি চাৰি ট্ৰাক মাটি পেলাই পথটো আৰু বৰবাদ কৰি দিলে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । -বাইট
তেওঁ কয়, অঞ্চলৰ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী বোকা পানীত ভৰি থকা পথেৰে স্কুলত যাব নোৱাৰে, পথত পড়ি উইনিফৰ্ম লেতেৰা হৈ পৰে, খাতা কিতাপ নষ্ট হৈ যায়, প্ৰসূতি ৰোগী লৈ যোৱা টান হৈ পৰে, গাঁওৰ মটা মাইকী মানুহৰ চলাচল অসম্ভৱ হৈ পৰিছে । নতুনকৈ পঞ্চায়ত গঠন কৰা হলেও টকাৰ অনুমোদন আজিলৈকে নথকাৰ বাবে তেওঁ লোকৰ পথটোৰ কাম লৈ অনিশ্চয়তা দেখা পোৱা গৈছে । -- বাইটConclusion:NEWS Silchar 16August.. কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটিগৰা ভেটেৰিনাৰি যি গাঁৱলৈ যোৱাৰ আলিপথ আছে সংস্কাৰৰ অভাৱত আজি পথটো অচল হৈ পৰিছে /। এমজিএনৰেগাৰ অধীনত পচিশ লক্ষ টকা অনুমোদন দিয়া হ'লেও তেতিয়াৰ পঞ্চায়েত তিনি চাৰি ট্ৰাক মাটি পেলাই পথটো আৰু বৰবাদ কৰি দিলে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । -বাইট
তেওঁ কয়, অঞ্চলৰ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী বোকা পানীত ভৰি থকা পথেৰে স্কুলত যাব নোৱাৰে, পথত পড়ি উইনিফৰ্ম লেতেৰা হৈ পৰে, খাতা কিতাপ নষ্ট হৈ যায়, প্ৰসূতি ৰোগী লৈ যোৱা টান হৈ পৰে, গাঁওৰ মটা মাইকী মানুহৰ চলাচল অসম্ভৱ হৈ পৰিছে । নতুনকৈ পঞ্চায়ত গঠন কৰা হলেও টকাৰ অনুমোদন আজিলৈকে নথকাৰ বাবে তেওঁ লোকৰ পথটোৰ কাম লৈ অনিশ্চয়তা দেখা পোৱা গৈছে । -- বাইট