ETV Bharat / state

সাৰ চিণ্ডিকেটক লৈ কাছাৰত বিজেপি আৰু কংগ্ৰেছৰ খণ্ড যুদ্ধ

author img

By

Published : Mar 24, 2019, 4:39 PM IST

শিলচৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

শিলচৰ আৰক্ষী চকী

শিলচৰ, 24 মাৰ্চঃ সাৰ চিণ্ডিকেটক লৈ শনিবাৰে নিশা উত্তপ্ত হৈ পৰিলশিলচৰ আৰক্ষী চকীৰ চৌহদ ৷ শাসকীয় দলৰ চাৰিগৰাকীকৈ বিধায়কে কেইবাখনো ট্ৰাক জব্দ কৰি আৰক্ষীক চমজাই দিয়াক লৈ প্ৰাক্তন বিধায়িকা ৰুমী নাথসহ বহু কংগ্ৰেছী সমৰ্থকে আৰক্ষী চকীৰচৌহদত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি ৷

তথ্য অনুসৰি নিশাৰ ভাগত শিলচৰ আৰক্ষীয়ে অবৈধভাৱে সাৰ কঢ়িওৱা 11খনকৈ ট্ৰাক জব্দ কৰে ৷ তেনে পৰিস্থিতিৰ মাজতে থানা চৌহদত উপস্থিত হয় বৰখলাৰ বিধায়ক কিশোৰ নাথ, সোনাইৰ বিধায়ক আমিনুল ইছলাম লস্কৰ, কাটিগড়াৰ বিধায়ক অমৰ চান্দ জৈন আৰু উদাৰবন্দৰ বিধায়ক মিহিৰ সোম ৷ শিলচৰ আৰক্ষী চকীত উপস্থিত হৈ বিধায়ককেইজনে আৰক্ষীৰ সৈতে প্ৰথমে খণ্ডযুদ্ধত লিপ্ত হয় ৷ পৰৱৰ্তী সময়ত প্ৰাক্তন বিধায়িকা ৰুমী নাথৰ নেতৃত্বত এটাদলআহি আৰক্ষী চকী চৌহদত উপস্থিত হয় ৷ তেনে পৰিস্থিতিতে দুয়োটা গোটেই ট্ৰাকসমূহ কৰায়ত্ত কৰাৰ অজুহাত লৈখণ্ড যুদ্ধত লিপ্ত হৈ পৰে ৷

News Silchar
For Breaking
ছিণ্ডিকেটক কেন্দ্ৰ কৰি মাজ নিশা শিলচৰৰ আৰক্ষী চৌকী চৌহদত নাটকীয় কাণ্ড ৷ সাৰ ছিণ্ডিকেটৰ কেইবাখনো ট্ৰাক আটক কৰি আৰক্ষীক সমজাই দিয়াৰ ঘটনাৰ কৃতৃত্বৰ দাবী কৰি নিশা থানাত উপস্থিত শাষকীয় দলৰ চাৰিজনকৈ বিধায়ক ৷ আনহাতে কংগ্ৰেছে দাবী কৰে তেওলোকে  অভিযান চলাই আটক কৰি আৰক্ষীক সমজাই দিছে অবৈধ সাৰ বোঝাই ট্ৰাক কেইখন ৷ থানা চৌহদৰ ভিতৰতেই কংগ্ৰেছ কৰ্মী- বিজেপি বিধায়ক সকলৰ মাজত উত্তপ্ত পৰিস্থিতি ৷   শনিবাৰ নিশা মাছিমপুৰ আৰক্ষীয়ে আটক কৰে ১১ খন কৈ অবৈধ সাৰ বোঝাই ট্ৰাক ৷সাৰ সমুহ মিজোৰাম হৈ মায়ান্মাৰ লৈ পাচাৰৰ কথা আছিল ৷ নাটকীয় ঘটনা হল, বাৰো মান বজাত শিলচৰ মাছিমপুৰ আৰক্ষী থানাত হঠাৎ উপস্থিত হয় বৰখলাৰ বিধায়ক কিশোৰ নাথ,সোনাই বিধায়ক আমিনুল ইসলাম লস্কৰ, কাটিগড়াৰ বিধায়ক অমৰ চান্দ জৈন আৰু উধাৰবন্দ ৰ বিধায়ক মিহিৰ সোম ৷আটাইকেজন বিজেপিৰ বিধায়ক ৷তাৰ আগতেই তাতে উপস্থিত আছিল ৰুমী নাথৰ নেতৃত্বত কংগ্ৰেছৰ এঝাক কৰ্মী ৷ অবৈধ সাৰ বোঝাই ট্ৰাক সমুহ আটক কৰাৰ কীতৃত্ব দাবী কৰে উভয় দলেই ৷ থানা চৌহদৰ ভিতৰতেই বিজেপি বিধায়ক সকল আৰু কংগ্ৰেছ কৰ্মী সকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কংগ্ৰেছ কৰ্মী সকলে প্ৰশ্ন কৰে  বিজেপি চৰকাৰৰ শাষণকালত কেনেদৰে দীৰ্ঘ দিনা দৰি বিভিন্ন ধৰনৰ ছিণ্ডিকেট চলিআছে ৷ সাৰ ছিণ্ডিকেট লৈ অত দিন বিধায়ক সকলে কিয় ব্যাৱস্থা লোৱা নাই ৷ দীৰ্ঘ সময় থানা চৌহদৰ ভিতৰত এনেদৰে তৰ্কাতৰ্কী চলি থকাৰ পিছত আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি শান্ত হয় ৷ ইফালে বৰাকত ভয়াবহ হাৰে বৃদ্ধি পাইছে সাৰ ছিণ্ডিকেট ৷ আৰক্ষীৰ পৰোক্ষ মদতত বৰাকৰ বুকু দি প্ৰতিদিনা নিশা মিজোৰাম,মায়ান্মাৰ লৈ পাচাৰ হয় কোটী কোটী টকাৰ সাৰ ৷
Footage 
DL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.