ETV Bharat / state

বৰখলাত সজাগতা ৰেলী

আগন্তুক লোকসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে সকলো ৷ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থকা লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে দেওবাৰে বৰখলাত বাহিৰ কৰা হয় এক সজাগতা সমদল ৷

author img

By

Published : Mar 31, 2019, 8:54 PM IST

বৰখলাত সজাগতা ৰেলী

কাছাৰ,31 মাৰ্চঃ নিৰ্বাচনক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে দেওবাৰে কাছাৰ জিলা প্ৰশাসনৰ সহযোগত বাহিৰ কৰা হয় এক সমদল ৷ বৰখলা উন্নয়ন খণ্ডৰ উদ্যোগত বাহিৰ কৰা এই সমদলত অংশগ্ৰহণ কৰে ব্লকৰ কৰ্মকৰ্তা আৰু এন আৰ এল এমেৰ মহিলাসকলে ৷ সজাগতা সমদলত অংশগ্ৰহণ কৰি ভোটাধিকাৰৰ বাবেই ৰাইজক অনুৰোধ কৰাৰ লগতে বিভিন্ন ধৰণৰ শ্লগান দিয়ে ৷

News Silchar
লোকসভা নিৰ্বাচন লৈ নাগৰিকৰ ভোটৰ সচেতনতা কৰিবাৰ বাৰে জেলাপ্ৰশাসনেৰ পৰিচলনাত বৰখলা উন্নয়ন খন্ডে এখন ৰেলী অনুষ্ঠিত কৰিলে৷ তাত অংশগ্ৰহন কৰে ব্লকোৰ কৰ্মকৰ্তা আৰু এন আৰ এল এমেৰ মহিলা এস এইচ জি দল সকলো ৷ এদিন তেওঁলোক প্ৰাধান প্ৰাধান ৰাস্তা মিছিল কৰি ভোটৰ সকলৰ নিজৰ অধিকাৰ প্ৰয়োগৰ অনুৰোধ কৰে শ্লোগান দেয়
Footage ftp
Slug Silchar women 1 to5
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.