ETV Bharat / state

যোগীঘোপাত অশোকাষ্টমী মেলা - assam news

১১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অশোকাষ্টমী মেলাত শনিবাৰে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি-নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে । বঙাইগাঁৱৰ উপৰিও কাষৰীয়া বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ লোকে অশোকাষ্টমীত ধৰ্মীয় নীতি নিয়মেৰে স্নান কাৰ্য সম্পূৰ্ণ কৰে ৷

যোগীঘোপা অশোকাষ্টমী মেলা
author img

By

Published : Apr 13, 2019, 8:32 PM IST

বঙাইগাঁও, 13 এপ্ৰিলঃ বঙাইগাঁৱৰ যোগীঘোপাৰ ফেৰী ঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত অশোকাষ্টমী উপলক্ষে শনিবাৰে ৰাতিপুৱা পৰা লক্ষাধিক ভক্তৰ আগমণ । ১১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অশোকাষ্টমী মেলাত শনিবাৰে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি-নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে । বঙাইগাঁৱৰ উপৰিও কাষৰীয়া বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ লোকে অশোকাষ্টমীত ধৰ্মীয় নীতি নিয়মেৰে স্নান কাৰ্য সম্পূৰ্ণ কৰে ।

যোগীঘোপা অশোকাষ্টমী মেলা

আনহাতে, শনিবাৰে পুৱা একাংশ ভক্তই ব্ৰহ্মপুত্ৰত মৃতকৰ অস্থি বিসৰ্জন দিয়াৰ কাৰ্য সমাপন কৰাৰ লগতে আন একাংশই ব্ৰহ্মপুত্ৰৰ পাৰত মৃতকৰ পিণ্ড দান কৰি স্নান কৰে । ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাৰ সমতুল্য ফল লাভ কৰে । অশোকাষ্টমীৰ লগত সংগতি ৰাখি আয়োজন কৰা মহামেলাতো যথেষ্ঠ ভিৰ পৰিলক্ষিত হয় । যাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে যোগীঘোপা আৰক্ষীয়ে ।

Intro:অশোকাষ্টমী স্নান আৰু মেলাBody:Slug- যোগীঘোপাত অশোকাষ্টমী মেলাত লক্ষাধিক ভক্তৰ আগমণ।
DATE: 13.04.2019

Voice Over- বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ফেৰী ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অশোকাষ্টমী উপলক্ষে আজি ৰাতিপুৱা পৰা লক্ষাধিক ভক্তৰ আগমণ ঘটে। ১১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসুচীৰে আৰম্ভ হোৱা অশোকাষ্টমী মেলাত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি-নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলাৰ উপৰিও কাষৰীয়া বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ লোকে অশোকাষ্টমীত ধৰ্মীয় নীতি নিয়মেৰে স্নান কাৰ্য সম্পূৰ্ণ কৰে। আজি পুৱাই একাংশ ভক্তই ব্ৰহ্মপুত্ৰত মৃতকৰ অস্থি বিসৰ্জন দিয়াৰ কাৰ্য সমাপন কৰাৰ লগতে আন একাংশই ব্ৰহ্মপুত্ৰৰ পাৰত মৃতকৰ পিণ্ড দান কৰি স্নান কৰে। ধৰ্মীয় বিশ্বাস মতে আজিৰ দিনটোত ব্ৰহ্মপুত্ৰ নৈত স্নান কৰিলে গংগাৰ সমতুল্য ফল লাভ কৰে। অশোকাষ্টমীৰ লগত সংগতি ৰাখি আয়োজন কৰা মহামেলাতো যথেষ্ঠ ভিৰ পৰিলক্ষিত হয়। ইয়াৰ বাবে যোগীঘোপা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

Regards

Indranil Das.
News Contributor
ETV BHARAT
Abhayapuri South
Conclusion:Visual 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.