ETV Bharat / state

গহপুৰৰ ব্ৰহ্মাজানত ৰে’লৰ আগত জঁপিয়াই যুৱকৰ আত্মহত্যা

বিশ্বনাথৰ গহপুৰৰ ব্ৰহ্মাজান ৰে'ল গেটৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ শনিবাৰে নিশা ৰে'লৰ আগত পৰি যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

author img

By

Published : May 23, 2021, 9:26 PM IST

man-suicide-in-gahpur
গহপুৰৰ ব্ৰহ্মাজানত ৰে’লৰ আগত জঁপিয়াই যুৱকৰ আত্মহত্যা

বিহালী, ২৩ মে’: বিশ্বনাথৰ গহপুৰৰ ব্ৰহ্মাজান ৰে'ল গেটৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ শনিবাৰে নিশা ৰে'লৰ আগত পৰি যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ মৃত যুৱকজন যোচেফ মুণ্ডা(35) বুলি চিনাক্ত কৰা হৈছে ৷ দেওবাৰে পুৱা ঘটনাস্থলীত ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

আৰক্ষীয়ে মৃত যুৱকজনৰ পৰা এটা মোবাইল ফোনো উদ্ধাৰ কৰিছে ৷ উক্ত মোবাইল ফোনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যুৱকজন যোচেফ মুণ্ডা বুলি চিনাক্ত হৈছে ৷ যুৱকজনে কি কাৰণত আত্মহত্যা কৰিলে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: চামগুৰিত আটক ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.