ETV Bharat / state

বিহালীত কণ্ঠশিল্পী ভিতালী দাসলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Apr 23, 2021, 9:42 PM IST

বিশ্বনাথৰ বিহালীৰ কলডিল নামঘৰৰ প্ৰাংগণত শুকুৰবাৰে সন্ধিয়া ভাগত শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচী ৰূপায়ণ ৷ কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰে স্থানীয় ৰাইজে ৷

tribute-to-vitali-das
ভিতালী দাসলৈ শ্ৰদ্ধাঞ্জলি

বিশ্বনাথ,23 এপ্ৰিল : শুকুৰবাৰে সন্ধিয়া ভাগত বিশ্বনাথৰ বিহালীৰ কলডিল নামঘৰৰ প্ৰাংগণত জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা লগতে তেওঁৰ আত্মাৰ সদগতি কামনাৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ কলডিল নামঘৰৰ পৰিচালনা সমিতি উদ্যোগত আৰু ৰংমন জ্যোতি যুৱক সংঘৰ সহযোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লয় অঞ্চলটোৰ ৰাইজে ৷

ভিতালী দাসলৈ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অঞ্চলটোৰ ৰাইজে এই কাৰ্যসূচী সম্পন্ন কৰে । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিহালী টেলেঙনীয়া গাঁৱৰ বিক্ৰম দাস, দিগন্ত দাস উজ্বল দাস, মুন দাস, বিপুল দাস, ভাইকণ দাস, মানস জ্যোতি দাস, সুৰেণ হাজৰিকা, ৰূপটি দাস, ব্ৰজেন দাসকে ধৰি বহু কেইগৰাকী ব্যক্তি ৷

লগতে পঢ়ক : সম্ভাৱনীয় লকডাউনক লৈ কি পৰিকল্পনা উদয় শংকৰৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.