ETV Bharat / state

বিহালীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

বিহালীৰ বাঘমৰীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত ৷ 77 নং বিহালী সমষ্টিৰ বাবে বিজেপি দলৰ পৰা মনোনীত প্ৰাৰ্থী তথা মন্ত্ৰী ৰঞ্জিL দত্তৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীসকলে বিজেপি দলত যোগদান কৰে ৷

author img

By

Published : Mar 11, 2021, 8:44 PM IST

over hundred congress worker joined bjp in behali
বিহালীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

বিশ্বনাথ,11 মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপকভাৱে ব্যস্ততা বৃদ্ধি পাইছে ৷ ৰাজ্যৰ ৰাজনীতিত এতিয়া দল বাগৰা ৰাজনীতিৰ লগতে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে বৃহস্পতিবাৰে বিহালীৰ বাঘমৰীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷

over hundred congress worker joined bjp in behali
বিহালীৰ বাঘমৰীত কংগ্ৰেছ কৰ্মী সকলে বিজেপিত যোগদান কৰে

উল্লেখ্য যে, 27 মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত মনোনীত দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ চলোৱাত ব্যস্ত হৈ আছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় 77 নং বিহালী সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী তথা মন্ত্ৰী ৰঞ্জিত দত্ত ৷ দত্তই জৰাবাৰী গাওঁ পঞ্চায়তৰ বাঘমৰীত উপস্থিত হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ দত্তৰ উপস্থিতিতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক: মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.