ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথমবাৰলৈ NCCৰ নৌকাযাত্ৰা

author img

By

Published : Oct 16, 2019, 7:54 PM IST

আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ স্মৃতিত আজিৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নৌকাচালনা ৷ "Lachit -1 Brahmaputra Sailing Expeditions" নামেৰে NCCৰ NER নিৰ্দেশালয়ে আৰম্ভ কৰে এই দুঃসাহসিক নৌকা অভিযান ৷

NCC NER

বিশ্বনাথ, 16 অক্টোবৰঃ আহোম সেনানী বীৰ লাচিত বৰফুকনৰ স্মৃতিত প্ৰথমবাৰৰ বাবে মহাবাহুৰ বুকুত দুঃসাহসিক নৌকা অভিযান ৷ নেশ্বনেল কেডেট কৰ্পছৰ উত্তৰ পূব নিৰ্দেশালয়ৰ অধীনত বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ পৰা আৰম্ভ হয় এই অভিযান ৷ উত্তৰ পূব নিৰ্দেশালয়ৰ অধীনত নাভেল ৱিঙৰ 60গৰাকী কেডেটে অংশগ্ৰহণ কৰিছে এই অভিযানত ৷

  • Lachit -1 expeditions aim is to rekindle the memories of the epic bravery of the Sons of the Soil of Assam, while fostering a spirit of adventure amongst the youth. pic.twitter.com/JSPUkgStY0

    — National Cadet Corps (@HQ_DG_NCC) October 16, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

মোগলক 17বাৰকৈ পৰাজিত কৰিবলৈ সক্ষম হোৱা আহোম সেনাপতি, বীৰ লাচিত বৰফুকনৰ স্মৃতিত আয়োজন কৰা হৈছে এই অভিযান ৷ বুধবাৰে বিশ্বনাথ ঘাটৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত 3খনকৈ পালতৰা নাঁৱেৰে মহাবাহুৰ বুকুৰে নৌকাচালনা কৰিব কেডেটসকলে ৷ দহদিনৰ অন্তত 210 কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰি অহা 25 অক্টোবৰত গুৱাহাটীৰ পাণ্ডুঘাটত উপস্থিত হ'ব অভিযানকাৰী দলটো ৷

ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ "লাচিত নৌকাযাত্ৰা"

"Lachit -1 Brahmaputra Sailing Expeditions" নামেৰে NCCৰ NER নিৰ্দেশালয়ে আৰম্ভ কৰে এই দুঃসাহসিক নৌকা অভিযানত অংশগ্ৰহণকাৰী কেডেটসকলক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনাব ৷ বিশ্বনাথ ঘাটত NCCৰ NER নিৰ্দেশালয়ৰ নিৰ্দেশক মেজৰ জেন. বিপিন বক্সি (বিশিষ্ট সেৱা মেডেল)য়ে শুভাৰম্ভনি কৰে এই যাত্ৰা ৷ উদ্বোধনী অনুষ্ঠানত বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰৰাম খাউণ্ড, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচন আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে ৷

Intro:as_biswanath_801_16_oct_nnc_vis_byte_scrpt_as10018Body:as_biswanath_801_16_oct_nnc_vis_byte_scrpt_as10018Conclusion:NCC ৰ কেডেট সকলক যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আজিৰে পৰা আৰম্ভ হ'ল এন চি চি নেভেল উইংগছৰ নৌকা যাত্ৰা ৷

বিশ্বনাথঘাটৰ পৰা গুৱাহাটীলৈকে হব এই নৌকা যাত্ৰা ৷
শৰাইঘাটৰ যুদ্ধক সন্মান জনাই পোন প্ৰথমবাৰৰ বাবে কৰা হৈছে এই নৌকা যাত্ৰা ৷
বীৰ লাচিতক স্মৰন কৰি আয়োজন কৰা এই নৌকা যাত্ৰাত অংশগ্ৰহন কৰিছে এন চি চি ৰ ৬০ গৰাকী কেডেটে ৷
৩ খনকৈ নাৱেৰে ২৫ অক্টোবৰত গুৱাহাটীত উপস্থিত হবগৈ দলটো ৷ দহদিনত ২১০ কিলোমিটাৰ অতিক্ৰম কৰিব দলটোৱে৷ NCC ৰ উত্তৰ-পূবৰ সঞ্চালক মেজৰ জেনেৰেল মেজৰ বিপিন বক্সিয়ে ফ্লেগ অফ কৰাৰ লগে লগেই আৰম্ভ হয় এই "লাচিৎ-১ ব্ৰহ্মপুত্ৰ চেইলিং এস্কপেডেচন" ৷
পালতৰা নাৱৰে কৰা NCC কেডেটৰ এই যাত্ৰা অহা ২৫ অক্টোবৰত গুৱাহাটীৰ পাণ্ডু ঘাটত এই যাত্ৰাৰ সামৰণি পৰিব ৷
সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাগ ল'ব ৷ উদ্বোধনী অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিশ্বনাথৰ উপায়ুক্ত,আৰক্ষী অধীক্ষও উপস্থিতি থাকে ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.