বিশ্বনাথ , 9 এপ্ৰিলঃ "এনে অভূতপূৰ্ব জনসমৰ্থন কোনো ৰাজনৈতিক নেতাৰ ভাগ্যত নাহে " ৷ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিশ্বনাথত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷
"এনে অভূতপূৰ্ব জনসমৰ্থন কোনো ৰাজনৈতিক নেতাৰ ভাগ্যত নাহে "
বিশ্বনাথত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰে ৷
বিশ্বনাথত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব
বিশ্বনাথ , 9 এপ্ৰিলঃ "এনে অভূতপূৰ্ব জনসমৰ্থন কোনো ৰাজনৈতিক নেতাৰ ভাগ্যত নাহে " ৷ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিশ্বনাথত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷
বিশ্বনাথত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব।
ৰোড শ্বত হিমন্তৰ মন্তব্য এনে অভুতপূৰ্ব জনসমৰ্থন কোনো ৰাজনৈতিক নেতাৰ ভাগ্যত নাহে।
কিন্তু ৰোড শ্বৰ মাজতে মন্ত্ৰী হিমন্তৰ খং।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বৰ আগফালে সমৰ্থকে সকলে আগভেটি ধৰাৰ বাবেহে মন্ত্ৰী গৰাকীৰ উঠিল খং।
সমৰ্থকক হিমন্তৰ মন্তব্য যদি আগভেটি থাকে মই উভতি যাম।
তাকে দেখি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আগবাঢ়ি আহিল পৰিস্হিতি নিয়ন্ত্ৰণ কৰাৰ বাবে।