ETV Bharat / state

ডাক কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ - ডাকঘৰ

বিশ্বনাথ মোনাবাৰী ডাকঘৰ শাখাত সংঘটিত হৈছে অঘটন৷ ডাকঘৰৰ কৰ্মচাৰী কেশৱ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ ৷ গ্ৰাহকৰ পৰা ধন জমা কৰে যদিও গ্ৰাহকৰ একাউণ্টত জমা নহয় ধন ৷

ETV BHARAT
author img

By

Published : Jun 22, 2019, 10:57 PM IST

বিশ্বনাথ , 22জুন :ডাকঘৰত সুৰক্ষিত নহয় গ্ৰাহকৰ ধন ৷ ডাকঘৰৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ডাক কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ

উল্লেখ্য যে, বিশ্বনাথৰ মোনাবাৰী ডাক ঘৰ শাখাত সংঘটিত হৈছে অঘটন ৷ ডাকঘৰৰ কৰ্মচাৰী কেশৱ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ ৷ গ্ৰাহকৰ পৰা ধন জমা কৰে যদিও গ্ৰাহকৰ একাউণ্টত জমা নহয় ধন ৷ ভুক্তভোগী গ্ৰাহকে কেশৱ বৰাৰ লগতে অন্য কৰ্মচাৰীও এনে ঘটনাত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, গ্ৰাহকে প্ৰধান ডাকঘৰত এই বিষয়ে জনোৱাৰ পাচতে কেশৱ বৰাই নিজা ঘৰ বাৰী মাটি বিক্ৰী কৰি গ্ৰাহক সকলক টকা সমুহ ঘুৰাই দিবলৈ যো-জা কৰিছে ৷

Intro:as_biswanath_22_june_801_pist_ office_vis+byte_ptc_scrpt_as10018
Body:as_biswanath_22_june_801_post_ office_
vis+byte_ptc_scrpt_as10018
Conclusion:as_biswanath_22_june_801_post_office
_vis+byte_ptc_scrpt_as10018

আপুনি ডাক ঘৰত থকা ৰাখিছে নেকি যদি ৰাখিছে এতিয়া পৰা আপুনি সাৱধান হওক কাৰণ আপুনি ৰখা কষ্ট ধন নোহোৱা হব পাৰে হঠাৎ ডাক ঘৰ পৰা এটা আজৱ কাণ্ড সংঘটিত হৈছে বিশ্বনাথ মোনাবাৰী ডাক ঘৰ শাখাত ।
হাকাৰ গ্ৰাহকৰ
এই জন হৈছে বিশ্বনাথ জিলা মোনাবাৰী ৰতোৱা অৱস্থিত ডাক ঘৰৰ কৰ্মচাৰী কেশৱ বৰা ।
এতিয়া এও বিৰুদ্ধে উঠিছে অভিযোগ ডাকৰত ৰখা গ্ৰাহকৰ ধন আত্মাৎসাত ।
দৈনিক হাজিৰা কৰি অতি কষ্ট উপাৰ্জন ধন আপুনি ভৱিষ্যতৰ বাবে আপুনি যদি ডাক ঘৰত টকা জমা কৰিছে কৰিছে এতিয়া পৰা সাৱধান হ ওক কাৰণ এই ডাক ঘৰত ৰখা একাংশ গ্ৰাহকৰ ধন লুষ্ঠন কৰি লোট পাত কৰিলে এই জন কৰ্মচাৰীয়ে এই ক্ষেত্ৰত এজন ভুক্তভোগী মুখেৰে শুনক ।

আনহাতে এই অভিযোগ পিচত কৰ্মচাৰী গৰাকী পৰা আৰু ডাক ঘৰ টো একাংশ কৰ্মচাৰী পৰা মতামত বিচৰাত মতামত দিবলৈ অমান্তি হয় ।
আন এক গুৰুত্ব অভিযোগ উঠিছে কেশৱ বৰা লগত আন ডাক ঘৰতো ও কৰ্মচাৰী জৰিত থকা সন্দেহ কৰিছে এই ক্ষেত্ৰত এক উচিত তদন্ত দাবী কৰিছে ভুক্তভোগীয়ে ।
জানিব পৰা মতে কেৱশ বৰাই নিজা ঘৰ বাৰী মাটি বিক্ৰী কৰি গ্ৰাহক সকলক টকা সমুহ ঘুৰাই দিবলৈ যো জা কৰি থকা বুলি ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.