ETV Bharat / state

অসমীয়া চিনেমাৰ ভৱিষ্যত আছেঃ জুবিন গাৰ্গ - assam news'

বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত মহোৎসৱৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব' জুবিন গাৰ্গ ৷ অনুষ্ঠানত জনপ্ৰিয় শিল্পী গৰাকীয়ে কয়, "অসমীয়া চিনেমাৰ ভৱিষ্যত আছে, কিন্তু অসমত পৰ্যাপ্ত পৰিমাণৰ ছবি গৃহ নাই ৷"

অসমীয়া চিনেমাৰ ভৱিষ্যৎ আছেঃ জুবিন গাৰ্গ
author img

By

Published : Aug 9, 2019, 10:01 AM IST

বিশ্বনাথ, 9 আগষ্টঃ বিশ্বনাথ চাৰিআলিৰ পাভৈ টকীজত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ ৷ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত মহোৎসৱৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব' জুবিন গাৰ্গ ৷ অনুষ্ঠানত জনপ্ৰিয় শিল্পী গৰাকীয়ে কয়, "অসমীয়া চিনেমাৰ ভৱিষ্যত আছে, কিন্তু অসমত পৰ্যাপ্ত পৰিমাণৰ ছবি গৃহ নাই ৷" তাৰোপৰি বিশ্বনাথৰ বন্ধ হৈ থকা চিনেমা হলটো মুকলি কৰিবলৈ আহ্বান জনোৱা লগতে শিল্পীগৰাকীৰ নতুনকৈ মুক্তি পাব লগা ছবি "কাঞ্চনজংঘা" চাবলৈ আহ্বান জনায় ।

অসমীয়া চিনেমাৰ ভৱিষ্যত আছেঃ জুবিন গাৰ্গ

Intro:as_biswanath 8_aug_802_film festival_ jubeen_VIs_byte_scrpt_as10018Body:as_biswanath 8_aug_802_film festival_ jubeen_VIs_byte_scrpt_as10018Conclusion:as_biswanath 8_aug_802_film festival_ jubeen_VIs_byte_scrpt_as10018

বিশ্বনাথ চাৰিআলিৰ পাভৈ টকীজত প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱৰ আজি পৰা আৰম্ভ ।
আৰম্ভণি অনুষ্ঠানত উপস্থিত
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো ।
উপস্থিত হৈ জুবিনে কলে অসমীয়া চিনেমা ভৱিষ্যত আছে আৰ অসমত চিনেমা হলৰ প্ৰয়োজন ।
ইফালে বিশ্বনাথৰ বন্ধ হৈ থকা চিনেমা হলটো মুকলি কৰিবলৈ আহ্বান জনোৱা লগতে জুবিনৰ অহা ৯আগষ্ট মুক্তি লাভ কৰিব লগা ছবি কাঞ্চন জংঘা চাবলৈ আহ্বান জনাই
জুবিনে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.