ETV Bharat / state

বিশ্বনাথত গ্ৰেপ্তাৰ 5 জনীয়া চোৰাং চিকাৰী দল

author img

By

Published : Nov 27, 2019, 11:47 AM IST

বিশ্বনাথত বনবিভাগ আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা সময়তে আটক 5 জনীয়া চোৰা্ং-চিকাৰীৰ এটা দল ৷

Biswanath 5 Poacher arrest
বিশ্বনাথত গ্ৰেপ্তাৰ 5 জনীয়া চোৰাং চিকাৰী দল

বিশ্বনাথ,27 নৱেম্বৰ: অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ জালত ৫ জনীয়া চোৰাং চিকাৰীৰ দল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বনাথ বন সংমণ্ডলৰ, বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ৰ বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত আটক চোৰাং-চিকাৰীৰ দলটো ৷ বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বিহালী আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজু দুৱাৰা আৰু লগতে বিশেষ গঁড় সুৰক্ষা বাহিনী আৰু অসম বন সুৰক্ষা বাহিনীৰ সহযোগত মঙলবাৰে নিশা বিহালী আৰক্ষী থানা অন্তৰ্গত বটিয়ামাৰী পৰা ৫ জনীয়া কুখ্যাত চোৰাং চিকাৰী দল আটক কৰিবলৈ সক্ষম হয় । এই ৫ জনীয়া চোৰাং চিকাৰী দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা পৰিকল্পনাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা সময়তে চোৰাং চিকাৰী দলটোক আটক কৰে বন বিভাগে । ইফালে চোৰাং চিকাৰী দল পৰা ৫ টাকৈ ম'বাইল ফোনৰ লগতে গড় হত্যাত ব্যৱহৃত বহুতো সা সামগ্ৰী উদ্ধাৰ কৰিছে ।চোৰাং চিকাৰী কেইটা ক্ৰমে লক্ষীমপুৰৰ বাবুল দাস, কাৰ্বি-আলং বোকাজানৰ থানগবাই, ৰাংছালীৰ বিমল বনীয়া আৰু শংকৰ বনীয়া , চাৰিদুৱাৰ চুকদেৱ মুক্তিয়া ৷ বৰ্তমান আটক চোৰাং চিকাৰীক কেইজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Biswanath 5 Poacher arrest
বিশ্বনাথত আটক হোৱা 5 জনীয়া চোৰাং চিকাৰী দলটো

লগতে পঢ়ক:মহানগৰীৰ পদপথত কুকুৰৰ বাবে আশ্ৰয়গৃহ

Intro:as_ biswnaath_801_26_nov_rhino_photo_scrpt_as10018Body:as_ biswnaath_801_26_nov_rhino_photo_scrpt_as10018Conclusion:অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ জালত কুখ্যাত চোৰাং চিকাৰী ৫ জনীয়া দল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বনাথ বন সংমণ্ডলৰ, বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কায্যলয়ৰ বিশ্বনাথ আৰক্ষী যুটীয়া অভিযান
চোৰাং চিকাৰী বিৰুদ্ধে ।
বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কায্যলয়ৰ
ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা
বিহালী আৰক্ষী থানা আৰক্ষী বিষয়া ৰাজু দুৱাৰা আৰু লগতে
বিশেষ গঁড় সুৰক্ষা বাহিনী, অসম বন সুৰক্ষা বাহিনী সহযোগত
নিশা বিহালী আৰক্ষী থানা অন্তৰ্গত বটিয়ামাৰী পৰা ৫ জনীয়া কুখ্যাত চোৰাং চিকাৰী দল আটক কৰিবলৈ সক্ষম হয় ।

এই ৫ জনীয়া চোৰাং চিকাৰী দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা পৰিকল্পনাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা সময়তে চোৰাং চিকাৰী দলটোক আটক কৰে বন বিভাগে ।
ইফালে চোৰাং চিকাৰী দল পৰা ৫ টাকৈ মোবাইল ফোন লগতে গড় হত্যাত ব্যৱহাৰৰত বহুত সা সামগ্ৰী উদ্ধাৰ কৰিছে ।
চোৰাং চিকাৰী কেইটা ক্ৰমে
১/
বাবুল দাস, লক্ষীমপুৰ,

২/
থানগবাই, কাৰিআলং ,বোকাজান,
৩/
বিমল বনীয়া ( বাবু)

৪/শংকৰ বনীয়া ৰাংছালী,
৫/ চুকদেৱ মুক্তিয়া চাৰিদুৱা ,
আটাইতকৈ চোৰাং চিকাৰীক বৰ্তমান বন বিভাগে সোধ পোছ অব্যাহত ৰাখিছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.