7 জুলাইঃ ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰি থকা বন মহোৎসৱৰ মাজতে শনিবাৰে বিহালী মহাবিদ্যালয়ৰ চৌহদত প্ৰায় ৪শ গছ পুলি ৰোপণ কৰা হয় ৷ বিহালীৰ অন্যতম প্ৰকৃতি প্ৰেমী সংগঠনগ্ৰীণ চচাইটি, ইক টাস্ক ফৰ্চ আৰু বিহালী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা বন মহোৎসৱ ইক টাস্ক ফৰ্চৰ মেজৰ এল ৰৰ্বাতে শুভাৰম্ভণী কৰে । এই কাৰ্য্যত কৃৰ্তি শিক্ষক মহিধৰ বৰা, বৈশাকু ৰয়, বিশিষ্ট শিক্ষা বিদ ইন্দেশ্বৰ কটকী, পৰিচালনা সমিতিৰ অভিভাৱক সদস্য প্ৰদীপ গোস্বামী, গ্ৰীণ চচাইটি সভাপতি প্ৰেম লাল গঞ্জু আদিয়ে সহযোগিতা আগবঢ়ায় । লগতে নতুন কৈ নাম ভৰ্তি কৰা প্ৰায় ৪ শ ছাত্ৰ ছাত্ৰীয়ে ৪ শ গছ পুলি ৰোপণ কৰে , এই কাৰ্যত সহযোগিতা কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথ আৰু প্ৰবক্তা সকলে। ইয়াৰ পিচত মহাবিদ্যালয়ৰ সভা কক্ষত সজাগতা সভা অনুষ্ঠিত হয় । গ্ৰীণ চচাইটি ৰ প্ৰচাৰ সচিব খগেন মটকে আঁত ধৰ সভা খনত কস্তুৰবাৰ গ্ৰামসেৱা কেন্দ্ৰৰ পৰিচালিকা ৰূপা কোঁৱৰে গান্ধীৰ প্ৰাৰ্থনাৰে সভা খন মুকলি কৰে । প্ৰেম লাল গঞ্জুয়ে সভাপতিত্বত কৰা সভাখনত উদ্বোধনী ভাষন প্ৰদান কৰে বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড, জীৱন চন্দ্ৰ নাথে । এই সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বৃক্ষৰোপণ যে মহান কাৰ্য এই বিষয়ত ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ড. সঞ্জীৱ উপাধায়ে । গ্ৰীণ চচাইটিৰ উপ সভাপতি জয় কুমাৰ সূতাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সুত্ৰধৰ অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। বিহালী বনাঞ্চলিক বিষয়া চিকন্দৰ আলি ,জেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা উপস্থিত থকা সভাত ,মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দেশ্বৰ কটকীয়ে গ্ৰীণ চচাইটিক প্ৰশংসা কৰি বক্তব্য ৰাখে। খগেন মটকে চিনাকী অনুষ্ঠানত আত ধৰা সভাখনত পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অনদ্বীপ বৰুৱা, চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে অংশ লয়। প্ৰায় তিনিশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা সভাত ইক টাস্ক ফৰ্চৰ চুবেদাৰ গুৰু প্ৰসাদ মেধি আৰু জোৱান সকলে অংশ লয়। গ্ৰীণ চচাইটিৰ সভাপতি প্ৰেম লাল গঞ্জুয়ে বিহালী বনাঞ্চলত সামৰণি অনুষ্ঠানত ৰাইজৰ সহযোগিতা বিচাৰি মন্তব্য দিয়া সভা খনত শলাগৰ শৰাই আগবঢ়াই সম্পাদক ভুবন লুইটেলে।
বিহালী মহাবিদ্যালয়ত বন মহোৎসৱ পালন - ৪শ গছ পুলি ৰোপণ
ৰাজ্যজুৰি পালন হৈ থকা বন সপ্তাহৰ সমান্তৰালকৈ শনিবাৰে বিহালী মহাবিদ্যালয়ৰ চৌহদত প্ৰায় ৪শ গছ পুলি ৰোপণ কৰা হয় ৷ বিহালীৰ অন্যতম প্ৰকৃতি প্ৰেমী সংগঠন গ্ৰীণ চচাইটি, ইক টাস্ক ফৰ্চ আৰু বিহালী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা বন মহোৎসৱ ইক টাস্ক ফৰ্চৰ মেজৰ এল ৰৰ্বাতে শুভাৰম্ভণী কৰে ।
7 জুলাইঃ ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰি থকা বন মহোৎসৱৰ মাজতে শনিবাৰে বিহালী মহাবিদ্যালয়ৰ চৌহদত প্ৰায় ৪শ গছ পুলি ৰোপণ কৰা হয় ৷ বিহালীৰ অন্যতম প্ৰকৃতি প্ৰেমী সংগঠনগ্ৰীণ চচাইটি, ইক টাস্ক ফৰ্চ আৰু বিহালী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা বন মহোৎসৱ ইক টাস্ক ফৰ্চৰ মেজৰ এল ৰৰ্বাতে শুভাৰম্ভণী কৰে । এই কাৰ্য্যত কৃৰ্তি শিক্ষক মহিধৰ বৰা, বৈশাকু ৰয়, বিশিষ্ট শিক্ষা বিদ ইন্দেশ্বৰ কটকী, পৰিচালনা সমিতিৰ অভিভাৱক সদস্য প্ৰদীপ গোস্বামী, গ্ৰীণ চচাইটি সভাপতি প্ৰেম লাল গঞ্জু আদিয়ে সহযোগিতা আগবঢ়ায় । লগতে নতুন কৈ নাম ভৰ্তি কৰা প্ৰায় ৪ শ ছাত্ৰ ছাত্ৰীয়ে ৪ শ গছ পুলি ৰোপণ কৰে , এই কাৰ্যত সহযোগিতা কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথ আৰু প্ৰবক্তা সকলে। ইয়াৰ পিচত মহাবিদ্যালয়ৰ সভা কক্ষত সজাগতা সভা অনুষ্ঠিত হয় । গ্ৰীণ চচাইটি ৰ প্ৰচাৰ সচিব খগেন মটকে আঁত ধৰ সভা খনত কস্তুৰবাৰ গ্ৰামসেৱা কেন্দ্ৰৰ পৰিচালিকা ৰূপা কোঁৱৰে গান্ধীৰ প্ৰাৰ্থনাৰে সভা খন মুকলি কৰে । প্ৰেম লাল গঞ্জুয়ে সভাপতিত্বত কৰা সভাখনত উদ্বোধনী ভাষন প্ৰদান কৰে বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড, জীৱন চন্দ্ৰ নাথে । এই সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বৃক্ষৰোপণ যে মহান কাৰ্য এই বিষয়ত ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ড. সঞ্জীৱ উপাধায়ে । গ্ৰীণ চচাইটিৰ উপ সভাপতি জয় কুমাৰ সূতাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সুত্ৰধৰ অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। বিহালী বনাঞ্চলিক বিষয়া চিকন্দৰ আলি ,জেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা উপস্থিত থকা সভাত ,মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দেশ্বৰ কটকীয়ে গ্ৰীণ চচাইটিক প্ৰশংসা কৰি বক্তব্য ৰাখে। খগেন মটকে চিনাকী অনুষ্ঠানত আত ধৰা সভাখনত পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অনদ্বীপ বৰুৱা, চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে অংশ লয়। প্ৰায় তিনিশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা সভাত ইক টাস্ক ফৰ্চৰ চুবেদাৰ গুৰু প্ৰসাদ মেধি আৰু জোৱান সকলে অংশ লয়। গ্ৰীণ চচাইটিৰ সভাপতি প্ৰেম লাল গঞ্জুয়ে বিহালী বনাঞ্চলত সামৰণি অনুষ্ঠানত ৰাইজৰ সহযোগিতা বিচাৰি মন্তব্য দিয়া সভা খনত শলাগৰ শৰাই আগবঢ়াই সম্পাদক ভুবন লুইটেলে।
বিহালী ৬ জুলাই ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰি থকা বন মহোৎসবৰ মাজতে আজি বিহালী মহাবিদ্যালয়ৰ চৌহদত প্ৰায় ৪ গছ পুলি ৰোপণ কৰা হয় । বিহালীৰ অন্যতম প্ৰকৃতি প্ৰেমী সংগঠনগ্ৰীণ চচাইটি, ইক টাস্ক ফৰ্চ আৰু বিহালী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা বন মহোৎসবত ইক টাস্ক ফৰ্চৰ মেজৰ এল ৰৰ্বাতে শুভাৰম্ভনী কৰে । এই কাৰ্য্যত কৃৰ্তি শিক্ষক মহিধৰ বৰা, বৈশাকু ৰয়, বিশিষ্ট শিক্ষা বিদ ইন্দেশ্বৰ কটকী, পৰিচালনা সমিতিৰ অভিভাৱক সদস্য প্ৰদীপ গোস্বামী, গ্ৰীণ চচাইটি সভাপতি প্ৰেম লাল গঞ্জু আদিয়ে সহযোগিতাা কৰে।। লগতে নতুন কৈ নাম ভৰ্তি কৰা প্ৰায় ৪ শ ছাত্ৰ ছাত্ৰীয়ে ৪ শ গছ পুলি ৰোপণ কৰে , সহযোগিতা কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথ আৰু প্ৰবক্তা সকলে। ইয়াৰ পিছত মহাবিদ্যালয়ৰ সভা কক্ষত সজাগতা সভাৰ অনুষ্ঠিত হয়। গ্ৰীণ চচাইটি ৰ প্ৰচাৰ সচিব খগেন মটকে আঁত ধৰ সভা খনত কস্তুৰবাৰ গ্ৰামসেৱা কেন্দ্ৰৰ পৰিচালিকা ৰূপা কোঁৱৰে গান্ধীৰ প্ৰাৰ্থনাৰে সভা খন মুকলি কৰে । প্ৰেম লাল গঞ্জুয়ে সভাপতিত্বত কৰা সভাখনত উদ্বোধনী ভাষন প্ৰদান কৰে বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড, জীৱন চন্দ্ৰ নাথে । এই সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বৃক্ষৰোপণ যে মহান কাৰ্য এই বিষয়ত ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ড, সঞ্জীৱ উপাধায়ে । গ্ৰীণ চচাইটিৰ উপ সভাপতি জয় কুমাৰ সূতাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সুত্ৰধৰ অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। বিহালী বনাঞ্চলিক বিষয়া চিকন্দৰ আলি ,জেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা উপস্থিত থকা সভাত ,মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দেশ্বৰ কটকীয়ে গ্ৰীণ চচাইটিক প্ৰশংসা কৰি বক্তব্য ৰাখে। খগেন মটকে চিনাকী অনুষ্ঠানত আত ধৰা সভা খনত পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অনদ্বীপ বৰুৱা, চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে অংশ লয়। প্ৰায় তিনিশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা সভাত ইক টাস্ক ফৰ্চৰ চুবেদাৰ গুৰু প্ৰসাদ মেধি আৰু জোৱান সকলে অংশ লয়। গ্ৰীণ চচাইটিৰ সভাপতি প্ৰেম লাল গঞ্জুয়ে বিহালী বনাঞ্চলত সামৰণি অনুষ্ঠানত ৰাইজৰ সহযোগিতা বিচাৰি মন্তব্য দিয়া সভা খনত শলাগৰ শৰাই আগবঢ়াই সম্পাদক ভুবন লুইটেলে।