ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 16, 2022, 1:03 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

মৃত অভিযুক্ত বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট : অভিজিৎ শৰ্মা

বৰ্তমানেও জিএমচিএইচৰ মৰ্গতে আছে বিকি আলীৰ মৃতদেহ ৷ বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট আছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷

ওদালগুৰিত এনকাউণ্টাৰত নিহত শিশু ধৰ্ষণ-হত্যাৰ অভিযুক্ত

24 ঘন্টাৰ ভিতৰত দুঠাইত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Two encounter within 24 hours in Assam)৷ গুৱাহাটীৰ পাচত ওদালগুৰিত ধৰ্ষণ অভিযুক্তলৈ আৰক্ষীৰ গুলী (Encounter in Udalguri)৷ নিহত ৰাজেশ মুণ্ডা নামৰ এজন লোক ৷

এনকাউণ্টাৰত মৃত্যু গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ

গাড়ীগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ মৃত্যু (Biki Ali dies in police encounter) ৷ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘটে ধৰ্ষণ কাণ্ডৰ অভিযুক্তজনৰ ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলী কৰে আৰক্ষীয়ে (Police encounter in Guwahati) ৷

চেন্নাইত অনুষ্ঠিত হ’ব 44 তম বিশ্ব দবা অলিম্পিয়াড 2022

ভাৰতে আয়োজন কৰিব ৪৪ তম বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ (India to host 44th World Chess Olympiad 2022) ৷ ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া সকলো প্ৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী ফেডাৰেশ্যনে বাতিল কৰাৰ পাছতেই এই সিদ্ধান্ত লয় ভাৰতে ৷ চেন্নাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ (Chess Olympiad in Chennai) ৷

জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনত নৃশংস হত্যাকাণ্ড

জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Brutal murder in Murkongselek railway station) । মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ । অচিনাক্ত যুৱকজনক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি পেলায় থৈ যায় (Miscreant killed one person in Jonai) ।

আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ লগতে বুষ্টাৰ ড’জ প্ৰদানৰ কাৰ্যসূচী

দেশৰ ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান (Corbevax for teenagers) । কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হৈছে কৰ্বেভেক্স প্ৰতিষেধক । ৬০ বছৰ উৰ্ধৰ সকলো লোকে এতিয়াৰে পৰা ল'ব পাৰিব বুষ্টাৰ পালি ।

Ajmal IAS Academy : হোজাইত মুকলি হ’ব আজমল IAS একাডেমি

হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত অচিৰে মুকলি কৰা হ’ব আজমল IAS একাডেমি (Ajmal IAS Academy) ৷ নিবনুৱা সমস্যা সমাধানৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ আজমল ফাউণ্ডেশ্যনৰ ৷

কছাৰী বিহুৰে মুখৰিত ধেমাজিৰ গৰৈমাৰী পথাৰ

অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ পবিত্ৰ বাইথ' পূজাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ফাগুনৰ অন্তিম দিনা আৰম্ভ কৰা হয় বিহু নমোৱা পৰ্ব (Kachari Bihu celebrate) ৷ সেই উদ্দেশ্যে মঙলবাৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজিৰ গৰৈমাৰী বাইথ' মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা হয় পবিত্ৰ বাইথ' পূজাৰ (Sonowal Kachari Bihu celebrate in Dhemaji) ৷

তিতাবৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

তিতাবৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই (Assam Police Anti Drug Campaign) ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে (Drugs peddlers Arrested in Titabar) ৷ ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে প্ৰায় 8 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷

৮ অভিযুক্ত কংগ্ৰেছ কৰ্মীৰ জামিন মঞ্জুৰ ত্ৰিপুৰা আদালতৰ

২৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (Clashes between BJP and congress in Tripura) ৷ এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ৮ কংগ্ৰেছ কৰ্মীক জামিনত মুকলি । অৱশ্যে তেওঁলোকৰ এজনক মুকলি কৰি দিয়া হোৱা নাই । তেওঁৰ বিৰুদ্ধে আছে আন এটা গোচৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.